নতুন দিল্লীত আজি উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্ৰ হেণ্ডেলৰ পোষ্টত কয়:
‘উত্তৰপ্ৰদেশৰ ৰাজ্যপাল @anandibenpatel জীয়ে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@GovernorofUp”
Governor of Uttar Pradesh, @anandibenpatel Ji met Prime Minister @narendramodi.@GovernorofUp pic.twitter.com/rFaBRGWDrw
— PMO India (@PMOIndia) April 16, 2025


