সাংহাই সহযোগিতা সংগঠন(এছচিঅ’)ৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰিষদৰ ২২তম বৈঠকত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্ৰী শওকত মিৰজিয়োয়েভৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  বৃহস্পতিবাৰে সন্ধিয়া উজবেকিস্তানৰ সমৰকন্দত উপস্থিত হয়।

সমৰকন্দত উপস্থিত হোৱাৰ পাছত উজবেকিস্তানৰ প্ৰধানমন্ত্ৰী শ্ৰী আব্দুল্লা আৰিপোভে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনায়। বিমান বন্দৰত সেই সময়ত সমৰকন্দৰ গভৰ্ণৰসহ উজবেকিস্তানৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

শুকুৰবাৰ ১৬ ছেপ্টম্বৰৰ পুৱা প্ৰধানমন্ত্ৰীয়ে সাংহাই সহযোগিতা সংগঠন(এছচিঅ’)ৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণকাৰী বিভিন্ন নেতা আৰু ৰাষ্ট্ৰপতিৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হ’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How BrahMos is breaking through the shackles on India’s defence exports

Media Coverage

How BrahMos is breaking through the shackles on India’s defence exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former Prime Minister Shri Rajiv Gandhi
August 20, 2026

The Prime Minister, Shri Narendra Modi has paid homage to former Prime Minister, Shri Rajiv Gandhi, on the occasion of his birth anniversary.

In a post on X, Shri Modi said;

“On the occasion of his birth anniversary, paying homage to former Prime Minister of India, Shri Rajiv Gandhi.”