প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিন্দী দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক্সত এটা বাৰ্তাত, শ্ৰী মোদীয়ে লিখে:
“সকলো দেশবাসীক হিন্দী দিৱসৰ বহুত বহুত শুভকামনা।”
सभी देशवासियों को हिन्दी दिवस की अनेकानेक शुभकामनाएं। pic.twitter.com/6VjqSI8cHr
— Narendra Modi (@narendramodi) September 14, 2024


