প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুড়ি পড়ৱা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটা টুইটত, শ্ৰী মোদীয়ে কয়ঃ
“আগন্তুক বৰ্ষটোৱে প্ৰত্যেকৰে জীৱনলৈ সু স্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক।”
Greetings on Gudi Padwa. pic.twitter.com/4V8ya3EfZd
— Narendra Modi (@narendramodi) April 13, 2021


