প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০ বছৰ সম্পূৰ্ণ কৰাৰ মুহূৰ্তত ‘মাইগভ মঞ্চ’ক অংশগ্ৰহণমূলক আৰু সুশাসনৰ বাবে এক স্পন্দনশীল মঞ্চ বুলি প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে মূল্যৱান অন্তৰ্দৃষ্টি আৰু ‘ইনপুট’ৰ জৰিয়তে ‘মাইগভ’-ক সমৃদ্ধ কৰা সকলোকে প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"আজি আমি #10YearsOfMyGov উদযাপন কৰিছো। মই সেই সকলো লোকক প্ৰশংসা কৰো যিসকলে এই মঞ্চখনক সমৃদ্ধ কৰিছে আৰু তেওঁলোকৰ মূল্যৱান অন্তৰ্দৃষ্টিৰ লগতে ‘ইনপুট’সমূহ সহভাগ কৰি আহিছে। যোৱা এটা দশকত ‘মাইগভ’ অংশগ্ৰহণকাৰী আৰু সুশাসনৰ বাবে এক স্পন্দনশীল মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ছেপ্টেম্বৰ 2026
September 12, 2026

President Putin, Partners, and a Photograph: How PM Modi Turned BRICS Into India’s Showcase

16 Crore Domestic Flyers. ₹22 Lakh Crore Tourism. The Holiday Stayed Home.