প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সমগ্ৰ বিশ্বতে একত্ৰিত হৈ বৃহৎ পৰিসৰত যোগাসন কৰা ব্যক্তি, সম্প্ৰদায় আৰু সংগঠনৰ সামূহিক প্ৰচেষ্টাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে  লগতে যোগক জনপ্ৰিয় কৰাৰ বাবে কাম কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো যোগাভ্যাস কৰা ব্যক্তি, সম্প্ৰদায় সকলো একত্ৰিত হৈ আৰু সংগঠনৰ সামূহিক প্ৰচেষ্টাৰ ফলত সমগ্ৰ বিশ্বতে বৃহৎ পৰিসৰত আয়োজন কৰা হৈছে। এইটো স্পষ্ট যে সংস্কৃতি আৰু পটভূমিৰ মানুহক একত্ৰিত কৰা এক ঐক্যবদ্ধ শক্তিত পৰিণত হৈছে যোগ। যুৱক-যুৱতীসকলে এনে উদ্যম আৰু নিষ্ঠাৰে যোগ পৰ্বত অংশগ্ৰহণ কৰা দেখি আনন্দিত হৈছো।

যোগক জনপ্ৰিয় কৰাৰ বাবে কাম কৰা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই প্ৰচেষ্টাসমূহে ঐক্য আৰু সম্প্ৰীতি বৃদ্ধিৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব। লগতে যোগ প্ৰশিক্ষকৰ সংখ্যা বৃদ্ধি হোৱা দেখি মই আনন্দিত হৈছো, যাৰ বিশেষজ্ঞতা আৰু আবেগে আগ্ৰহে যোগাসন গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে।

আগন্তুক সময়ত যোগে জগতখনক একত্ৰিত কৰি থাকিব বুলি আশা কৰিলোঁ।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Apple exports record $2 billion worth of iPhones from India in November

Media Coverage

Apple exports record $2 billion worth of iPhones from India in November
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 ডিচেম্বৰ 2025
December 17, 2025

From Rural Livelihoods to International Laurels: India's Rise Under PM Modi