হুনাৰ হাটৰ দৰে পদক্ষেপসমূহে দেশৰ বিভিন্ন প্ৰতিভাশালী শিল্পীক এখন মঞ্চ প্ৰদান কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে হুনাৰ হাটত এগৰাকী দিব্যাংগ শিল্পীক সাক্ষাৎ কৰি তেওঁৰ পৰা সেই মেলাত অংশগ্ৰহণৰ অভিজ্ঞতাৰ বিষয়ে শুনে৷

প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰি তেওঁ হুনাৰ হাটৰ সৈতে কিদৰে জড়িত হ’ল আৰু কেনেদৰে নিজৰ গৃহ ক্ৰয় কৰিবলৈ সক্ষম হ’ল সেই বিষয়ে বৰ্ণনা কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে শিল্পীগৰাকীৰ সৃষ্ট চিত্ৰৰো প্ৰশংসা কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states

Media Coverage

'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 জুন 2026
June 03, 2026

One Vision, Many Fronts: How PM Modi is Building Viksit Bharat Across Tech, Defense, Green Energy & Welfare