হুনাৰ হাটে দেশৰ বিভিন্ন কাৰিকৰ আৰু শিল্পীক তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰাৰ সুবিধা প্ৰদান কৰিছে৷ হুনাৰ হাট পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিভিন্ন শিল্পীৰ সৈতে মত বিনিময় কৰে৷

এখন ষ্টলত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰদৰ্শনী প্ৰত্যক্ষ কৰি থাকোতে এজন শিল্পীয়ে তেওঁক ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰতা সন্নিৱিষ্ট আলোকপাত কৰা এখন মানচিত্ৰ প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে মানচিত্ৰখনে মহাত্মা গান্ধী আৰু ষ্টেচু অব্ ইউনিটীক প্ৰদৰ্শিত কৰাৰ বাবে প্ৰশংসা কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states

Media Coverage

'Housing for all' by 2029: Centre approves Rs 10,021 crore fund for PMAY-G in 12 states
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 জুন 2026
June 03, 2026

One Vision, Many Fronts: How PM Modi is Building Viksit Bharat Across Tech, Defense, Green Energy & Welfare