বীণা দেৱীয়ে প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰৰ টাইমলাইনত নিজৰ অনন্য কাঠফুলাৰ খেতিৰ কৌশল প্ৰকাশ কৰিলে যিয়ে তেওঁক স্বাৱলম্বী কৰি তোলাই নহয় বৰঞ্চ তেওঁৰ মনোবলো বৃদ্ধি কৰিছে৷

বিহাৰৰ মুংগেৰৰ বীণা দেৱীয়ে এইদৰে কয়, ‘‘য’তে ইচ্ছা ত’তে বাট৷ ইচ্ছা থাকিলেই সকলো লাভ কৰিব পাৰি৷’’

বীণা দেৱীয়ে তেওঁৰ বিচনাৰ তলত কাঠফুলাৰ খেতি আৰম্ভ কৰিছিল৷ তেওঁ কয়, ‘‘আজি মহিলাসকল কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই৷ যদি দেশৰ মহিলাৰ শক্তিয়ে ইচ্ছা কৰে তেন্তে তেওঁলোকে নিজৰ ঘৰৰ পৰাই নিজৰ যাত্ৰা আৰম্ভ কৰিব পাৰে৷ এয়া মোৰ বাবে সন্তোষৰ কথা যে মোৰ দৰে বহু মহিলাই একে ধৰণৰ প্ৰশিক্ষণৰ সুবিধা লাভ কৰিছে৷’’ 

তেওঁ কয় যে আজি মুংগেৰৰ মহিলাসকল সমগ্ৰ দেশৰ বাবে আদৰ্শ হৈ পৰিছে৷ ঘৰৰ খেতিৰ উৎপাদিত সামগ্ৰীসমূহ স্থানীয় বজাৰত বিক্ৰীৰ জৰিয়তে সমগ্ৰ কাৰ্য তেওঁৰ দায়িত্বসীমাৰ ভিতৰত অন্তৰ্গত হৈছে আৰু তেওঁৰ জীৱন কাহিনীয়ে সকলোকে অনুপ্ৰাণিত কৰিবলৈ সমৰ্থ হৈছে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan

Media Coverage

India accelerates ‘semiconductor drive’ with Rs 1.64 lakh crore investment plan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুন 2026
June 29, 2026

PM Modi Advancing National Strength Through Unity, Innovation and Janbhagidari