Share
 
Comments

ভাৰতে বৰ্তমানে জন ধন, আধাৰ  আৰু ম’বাইল (জেএএম)ৰ এক অনন্য সংযোগৰ দ্বাৰা হিতাধিকাৰীক প্ৰত্যক্ষ লাভ প্ৰদান কৰি সংস্কাৰমুখী যাত্ৰাত অগ্ৰসৰ হৈছে৷ এই উদ্ভাৱনী পদ্ধতিৰ দ্বাৰা লীকেজ-প্ৰুফ, নিৰ্ধাৰিত লক্ষ্য আৰু নগদবিহীন প্ৰণালীৰ জৰিয়তে লাভ স্থানান্তৰ কৰাত সহায়ক হ’ব৷ ইয়াৰ দ্বাৰা সাহায্য ছিদ্ৰতা বন্ধ হ’ব কিন্তু সাহায্য বন্ধ নহয়৷



এনডিএ চৰকাৰে ৰাষ্ট্ৰীয় ঐক্যতা নিৰ্মাণ কৰি পণ্য সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) প্ৰণয়নৰ বাবে আইনৰ সংশোধন কৰিছে৷ এই জিএছটিয়ে ১ এপ্ৰিল ২০১৬ তাৰিখৰ পৰা পৰোক্ষ কৰ ব্যৱস্থাত এক নতুন প্ৰণালীৰ সংযোজন কৰিলে৷ ই কৰ সম্পৰ্কীয় বিভ্ৰান্তিসমূহ আঁতৰাই ইয়াৰ ব্যাপক ফলাফলসমূহক বাধা দি একক আৰু সাধাৰণ ঘৰুৱা বজাৰৰ সৃষ্টি কৰিব৷

চৰকাৰে সংসদ আদৰ্শ গ্ৰাম যোজনা শীৰ্ষক এক অনন্য আঁচনিৰ প্ৰণয়ন কৰিছে যাৰ দ্বাৰা একো একোজন সাংসদক তেওঁৰ সমষ্টিৰ একোখন গাঁৱৰ মালিকীস্বত্ব লোৱাৰ বাবে তথা গাঁওখনক আদৰ্শ গাঁও হিচাপে প্ৰস্তুত কৰাৰ বাবে উত্সাহিত কৰা হৈছে৷ ইয়াৰ দ্বাৰা সাংসদসকলে তেওঁলোকৰ সমষ্টিত নিৰ্দিষ্ট কিছুমান আঁচনি প্ৰণয়নৰ দ্বাৰা সামূহিক বিকাশৰ নিশ্চিতি প্ৰদান কৰিব৷



চৰকাৰে ইউৰিয়া উত্পাদনৰ বাবে গ্ৰীড সংযোজিত সাৰৰ কাৰখানাসমূহত একক মূল্যত প্ৰাকৃতিক গেছ যোগান ধৰাৰৰ বাবে এমঅ’পিএনজি প্ৰস্তাৱক অনুমোদন প্ৰদান কৰিছে৷ ইয়াৰ দ্বাৰা এমঅ’পিএনজি আৰু শক্তি মন্ত্ৰালয়ৰ যৌথ প্ৰস্তাৱিত মানসম্পন্ন গেছ ভিত্তিক শক্তি উত্পাদনৰ ক্ষমতাৰ ব্যৱহাৰ আঁচনিক অনুমোদন জনোৱা হৈছে আৰু ইয়াৰ জৰিয়তে মানসম্পন্ন গেছ ভিত্তিক শক্তি কাৰখানাসমূহৰ ১৬০০০ মেগাৱাটৰ পুনৰুদ্ধাৰত সহায়ক হ’ব৷



বিনিয়ো আৰু নিয়ন্ত্ৰণৰ সহজলভ্যতাৰ জৰিয়তে ভাৰতৰ উচ্চমানৰ ঔদ্যোগিক খণ্ড- প্ৰতিৰক্ষা, নিৰ্মাণ আৰু ৰে’লৱে এতিয়া বিশ্বজনীন অংশগ্ৰহণৰ বাবে প্ৰস্তুত হৈ উঠিছে৷ প্ৰতিৰক্ষা খণ্ডত গ্ৰহণ কৰা নীতিৰ উদাৰীকৰণ কৰা হৈছে এফডিআই কেপ ২৬%ৰ পৰা ৪৯%লৈ বৃদ্ধি কৰা হৈছে৷ স্বয়ংক্ৰিয় পথৰ অধীনত প্ৰতিৰক্ষা খণ্ডত পৰ্টফলিঅ’ বিনিয়োগ ২৪% লৈ অনুমোদন জনোৱা হৈছে৷ কেছ টু কেছ ভিত্তিত প্ৰযুক্তিৰ আধুনিকীকৰণৰ বাবে প্ৰতিৰক্ষা খণ্ডত ১০০% এফডিআইৰ বাবে অনুমোদন জনোৱা হৈছে৷ নিৰ্ধাৰিত ৰে’লৱে আন্তঃগাঁথনি প্ৰকল্পত নিৰ্মাণ, সঞ্চালন আৰু প্ৰতিপালনৰ বাবে স্বয়ংক্ৰিয় পথৰ অধীনত ১০০% এফডিআইৰ অনুমোদন জনোৱা হৈছে৷


More about the the JAM Trinity

ডনেচন
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Forex kitty continues to swells, scales past $451-billion mark

Media Coverage

Forex kitty continues to swells, scales past $451-billion mark
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi Adorns Colours of North East
March 22, 2019
Share
 
Comments

The scenic North East with its bountiful natural endowments, diverse culture and enterprising people is brimming with possibilities. Realising the region’s potential, the Modi government has been infusing a new vigour in the development of the seven sister states.

Citing ‘tyranny of distance’ as the reason for its isolation, its development was pushed to the background. However, taking a complete departure from the past, the Modi government has not only brought the focus back on the region but has, in fact, made it a priority area.

The rich cultural capital of the north east has been brought in focus by PM Modi. The manner in which he dons different headgears during his visits to the region ensures that the cultural significance of the region is highlighted. Here are some of the different headgears PM Modi has carried during his visits to India’s north east!