প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে
ব্ৰিটেইনৰ আগন্তুক নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰীক

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰী ছুনকে সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰীক সফলতাৰ বাবে অভিনন্দন জনোৱাৰ লগতে ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ছুনকক তেওঁৰ উষ্ম অভিবাদনৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিভিন্ন খণ্ডত ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰে আৰু অধিক শক্তিশালী কৰাৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

লগতে, ব্ৰিটেইনৰ আগন্তুক নিৰ্বাচনৰ বাবেও প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How GST 2.0 changed India’s car market and boosted small car sales

Media Coverage

How GST 2.0 changed India’s car market and boosted small car sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 মে’ 2026
May 19, 2026

Exports Up, Economy Strong, World Collaborating: PM Modi's Reforms Delivering Jobs, Growth & Green Future