২ মাৰ্চ, সোমবাৰৰ নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফে’চবুক, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ইউটিউবকে ধৰি ছ’চিয়েল মিডিয়াৰ একাউণ্টসমূহ পৰিত্যাগ কৰিবলৈ চিন্তা কৰা বুলি ঘোষণা কৰি নাগৰিকসকলক আচৰিত কৰি তোলে৷  

সেই টুইটাৰটোৱে টুইটাৰত এক বিশেষ আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হয়৷ জনসাধাৰণে তেওঁক ছ’চিয়েল মিডিয়া ত্যাগ নকৰিবলৈ অনুৰোধ কৰে৷

৩ মাৰ্চ মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত জনসাধাৰণৰ উৎকণ্ঠাৰ অৱসান ঘটাই কয় যে যিসকল নাৰীয়ে নিজৰ জীৱন আৰু কৰ্মেৰে সকলোকে অনুপ্ৰাণিত কৰিছে তেওঁলোকৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া একাউণ্ট পৰিত্যাগ কৰিবলৈ ওলাইছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ৮ মাৰ্চ তাৰিখে নাৰী দিৱস উপলক্ষে তেওঁৰ ছ’চিয়েল মিডিয়াৰ একাউণ্টসমূহ পৰিত্যাগ কৰাৰ কথা ঘোষণা কৰিছে৷  

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই পদক্ষেপে লক্ষাধিক নাৰীক অনুপ্ৰাণিত কৰাত সহায় কৰিব৷

আপুনি এগৰাকী এনে নাৰী নেকি যাৰ জীৱন আৰু কৰ্মই বিশ্ববাসীক অনুপ্ৰাণিত কৰিছে? আপুনি তেনে কোনো অনুপ্ৰেৰণাদায়ী নাৰীৰ বিষয়ে পৰিচিত নেকি যাৰ জীৱনত এনে দৃশ্য পৰিলক্ষিত হৈছে? #SheInspiresUs ব্যৱহাৰ কৰি তেনে ঘটনা প্ৰচাৰ কৰক৷ নিৰ্বাচিত কাহিনীয়ে @narendramodi ৰ ছ’চিয়েল মিডিয়া একাউণ্টত স্থান লাভ কৰাৰ সুবিধা লাভ কৰিব!  

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s march towards self-reliance in med-tech

Media Coverage

India’s march towards self-reliance in med-tech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Chamba, Himachal Pradesh
August 08, 2026

The Prime Minister, Shri Narendra Modi, condoled loss of lives due to a mishap in Chamba, Himachal Pradesh. "My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest", Shri Modi stated.

The Prime Minister posted on X:

The loss of lives due to a mishap in Chamba, Himachal Pradesh, is deeply saddening. My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest: PM @narendramodi