প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চেন্নাই বিমানবন্দৰত নতুন অত্যাধুনিক ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন চেন্নাইৰ আন্তঃগাঁথনিৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোজন হ'ব। শ্ৰী মোদীয়ে লগতে কয় যে ই সংযোগৰ সুবিধা বৃদ্ধি কৰিব আৰু স্থানীয় অৰ্থনীতিকো লাভান্বিত কৰিব।

এলানি টুইটত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে চেন্নাই বিমানবন্দৰত নতুন অত্যাধুনিক ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱনৰ প্ৰথম পৰ্যায়টো মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ এপ্ৰিল ২০২৩ তাৰিখে উদ্বোধন কৰিবলৈ সাজু হৈছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"চেন্নাইৰ আন্তঃগাঁথনিত এইটো এক গুৰুত্বপূৰ্ণ সংযোজন হ'ব। ই সংযোগৰ সুবিধা বৃদ্ধি কৰিব আৰু স্থানীয় অৰ্থনীতিকো লাভান্বিত কৰিব।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment

Media Coverage

Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 জুন 2026
June 02, 2026

New India Rising: PM Modi’s Leadership Delivers Record Exports, Green Infrastructure, Defence Strength & Grassroots Dignity