প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাফনা সাংস্কৃতিক কেন্দ্ৰৰ উচৰ্গাক এক গুৰুত্বপূৰ্ণ পদক্ষেপ আখ্যা দি এই উপলক্ষে ৰাষ্ট্ৰপতি ৰণীল উইক্ৰেমসিংহৰ উপস্থিতি স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৫ চনত কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰি সেই বিশেষ ভ্ৰমণৰ কিছু ফটো শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

"জাফনা সাংস্কৃতিক কেন্দ্ৰ ভাৰত আৰু শ্ৰীলংকাৰ মাজত ঘনিষ্ঠ সাংস্কৃতিক সহযোগিতাৰ সূচনা কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা বহুলোক উপকৃত হ'ব। ৰাষ্ট্ৰপতি ৰণীল উইক্ৰেমসিংহৰ কায়িক উপস্থিতিয়ে অনুষ্ঠানটোক আৰু অধিক বিশেষ কৰি তুলিলে।"

২০১৫ চনত জাফনালৈ কৰা বিশেষ ভ্ৰমণৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো, য’ত জাফনা সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছিলোঁ। আপোনালোকক সেই ভ্ৰমণৰ কিছু আভাস দাঙি ধৰিলো।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat

Media Coverage

Cabinet approves ₹1,570 crore ship repair facility at Vadinar, Gujarat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 মে’ 2026
May 06, 2026

New India, New Pride: When Self-Reliance Meets Results — A Tribute to PM Modi