‘ৰাষ্ট্ৰীয় হালধি পৰিষদ’ স্থাপনৰ পদক্ষেপক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ই হালধি উৎপাদনত উদ্ভাৱন, বিশ্বজোৰা প্ৰচাৰ আৰু মূল্য সংযোজনৰ বাবে উন্নত সুযোগ নিশ্চিত কৰিব।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে ‘এক্স’-ত কৰা এক ‘পোষ্ট’ৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়:
"ৰাষ্ট্ৰীয় হালধি পৰিষদ স্থাপন কৰাটো অপৰিসীম আনন্দৰ বিষয়, বিশেষকৈ সমগ্ৰ ভাৰতৰ আমাৰ পৰিশ্ৰমী হালধি খেতিয়কসকলৰ বাবে!
ই হালধি উৎপাদনত উদ্ভাৱন, বিশ্বজোৰা প্ৰচাৰ আৰু মূল্য সংযোজনৰ বাবে উন্নত সুযোগ নিশ্চিত কৰিব। ই যোগান শৃংখলা শক্তিশালী কৰিব, কৃষক আৰু গ্ৰাহক উভয়কে একেধৰণে লাভান্বিত কৰিব।"
The establishment of the National Turmeric Board is a matter of immense joy, particularly for our hardworking turmeric farmers across India!
— Narendra Modi (@narendramodi) January 14, 2025
This will ensure better opportunities for innovation, global promotion and value addition in turmeric production. It will strengthen the… https://t.co/Inwmrj4rBd