QuoteHistoric MoA for Ken Betwa Link Project signed
QuoteIndia’s development and self-reliance is dependent on water security and water connectivity : PM
QuoteWater testing is being taken up with utmost seriousness: PM

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী শ্ৰী গজেন্দ্ৰ সিং শেখাৱটজী, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, জল শক্তি ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰতন লাল কাটাৰিয়া জী, বিভিন্ন ৰাজ্য তথা জিলাৰ মাননীয় বিষয়াসকল, দেশৰ গাঁওসমূহৰ পৰা সংযোজিত হোৱা আৰু এই আন্দোলন চলাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা লোকসকল, পঞ্চায়তৰ প্ৰতিনিধিসকল, আন সকলো জন প্ৰতিনিধি, মোৰ মৰমৰ ভাই-ভনীসকল!

আজি মোৰ সৌভাগ্য যে আমাৰ গাঁৱৰ নেতাসকলে হিন্দুস্তানৰ বিভিন্ন কোণত, প্ৰকৃতিৰ বাবে, পানীৰ ৰাজহুৱা উৎসৰ বাবে, কেনেকৈ সাধকৰ দৰে অনুশীলন কৰিব লাগে, সকলোকে সংযোজিত কৰিব লাগে, মই তেওঁলোকৰ কথা শুনি এক নতুন অনুপ্ৰেৰণা পাইছিলো, নতুন শক্তি পাইছিলো আৰু কিছুমান নতুন ধাৰণাও পাইছিলো। মই নিশ্চিত, আজি আমাৰ এই প্ৰতিনিধিসকলৰ পৰা হোৱা ঘটনাবোৰ, যিসকলে শুনিছে, সকলোৱে কিবা শিকিব, মইও শিকিম, আমাৰ বিষয়াসকলেও শিকিব, জনতা জনাৰ্দনেও শিকিব পাৰিব।

মই আনন্দিত যে জল শক্তিৰ প্ৰতি সজাগতা বৃদ্ধি পাইছে, প্ৰচেষ্টা বাঢ়িছে। আজি সমগ্ৰ বিশ্বই পানীৰ গুৰুত্ব অনুধাৱন কৰি আন্তঃৰাষ্ট্ৰীয় জল দিৱস উদযাপন কৰিছে। এই উপলক্ষে, আমি দুটা অতি গুৰুত্বপূৰ্ণ কাৰ্যত জড়িত হৈ পৰিছো। আজি এনে এক অভিযানৰ আৰম্ভ কৰা হৈছে যাৰ বিষয়ে মই মোৰ ‘মন কি বাত’তো কৈছো, কিন্তু আজি বিশ্বৰ আগত এটা উদাহৰণ প্ৰস্তুত হওক আৰু ভাৰতৰ পানীৰ সমস্যা সমাধান হওক, সেয়েহে ‘কেচ দা ৰেইন’ শীৰ্ষক অভিযানৰ আৰম্ভ কৰাৰ সৈতে কেন-বেটাবা সংযোগ খালৰ বাবে এক ডাঙৰ পদক্ষেপ লোৱা হৈছে। উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ লাখ লাখ পৰিয়ালৰ স্বাৰ্থত অটলজীয়ে যি সপোন দেখিছিল আৰু সেয়া বাস্তৱায়িত কৰিবলৈ আজি এটা চুক্তি কৰা হৈছে আৰু এয়া ডাঙৰ কাম হৈছে। যদি আজি ক’ৰোনা নাথাকিলহেঁতেন তেতিয়া মই ঝাঁচীলৈ আহি, বুণ্ডেলখণ্ডলৈ আহি, উত্তৰ প্ৰদেশেই হওক অথবা মধ্য প্ৰদেশেই হওক, আজি লক্ষাধিক মানুহ আহিলহেঁতেন আৰু আমাক আশীৰ্বাদ দিলেহেঁতেন, আজি এনে গুৰুত্বপূৰ্ণ কাম হৈছে।

ভাতৃ আৰু ভগ্নীসকল,

একবিংশ শতিকাৰ ভাৰতৰ বাবে পানীৰ পৰ্যাপ্ত উপলব্ধতা এক অতি গুৰুত্বপূৰ্ণ কাৰক। পানী হৈছে প্ৰতিটো পৰিয়াল, প্ৰতিটো ক্ষেত্ৰৰ প্ৰয়োজনীয়তা, ই জীৱন, অৰ্থনীতিৰ প্ৰতিটো দিশৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজি, যেতিয়া আমি দ্ৰুত বিকাশৰ কথা কৈ আছো, কাৰ্যকৰী জল ব্যৱস্থাপনা অবিহনে, পানীৰ সুৰক্ষা অবিহনে এইটো সম্ভৱ নহয়। ভাৰতৰ বিকাশৰ দৃষ্টিভংগী, ভাৰতৰ স্বাৱলম্বীতাৰ দৃষ্টিভংগী আমাৰ পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰে, আমাৰ পানী সংযোগৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ গুৰুত্ব বুজি, বহু দশকৰ আগতে, আমি এই দিশত বহুতো কাম কৰাৰ প্ৰয়োজনীয়তা আছিল আৰু মই আপোনাক গুজৰাটৰ অভিজ্ঞতাৰ পৰা কও যে যদি আমি পৰিকল্পিত ধৰণে জনসাধাৰণৰ অংশগ্ৰহণেৰে পানী সংৰক্ষণ ৰখাৰ উদ্যোগ লও, আমাৰ পানীৰ সমস্যা নাথাকিব, পানী ধনতকৈ অধিক মূল্যবান শক্তি হিচাপে উদ্ভাসিত হ'ব। এইটো বহু আগতেই কৰা উচিত আছিল। কিন্তু, দুৰ্ভাগ্যবশতঃ, যি পৰিমাণত হ’ব লাগিছিল, যিমান ব্যাপকভাৱে হ’ব লাগিছিল, ইয়াত অভাৱ থাকি গ’ল। ফলস্বৰূপে, ভাৰত বিকাশৰ পথ বাঢ়ি অহাৰ লগে লগে জল সংকটৰ প্ৰত্যাহ্বানো বাঢ়ি আহিছে। যদি দেশে জল সংৰক্ষণত গুৰুত্ব নিদিয়ে, পানীৰ ব্যয় বন্ধ নকৰে, আগন্তুক দশকবোৰত পৰিস্থিতিৰ অৱনতি ঘটিব আৰু আমাৰ এয়া দায়িত্ব যে আমাৰ পৰৱৰ্তী প্ৰজন্মক পানীৰ সুৰক্ষিত ব্যৱস্থা কৰি দিয়া উচিত। ইয়াত ডাঙৰ পুণ্য একো নাই আৰু সেয়েহে আমি প্ৰতিজ্ঞা ল’ব লাগে যে আমি পানী নষ্ট হ'বলৈ নিদিও, আমি পানীৰ অপব্যৱহাৰ কৰিবলৈ নিদিও, পানীৰ সৈতে আমাৰ এক পবিত্ৰ সম্পৰ্ক থাকিব। এই আমাৰ পবিত্ৰতাই পানী ৰক্ষাত সহায়ক হ’ব। আগন্তুক প্ৰজন্মৰ বাবে দায়িত্ব পালন কৰাটো দেশৰ বৰ্তমান প্ৰজন্মৰ দায়িত্ব।

|

ভাতৃ আৰু ভগ্নীসকল,

আমি বৰ্তমানৰ এই পৰিস্থিতিটো সলনি কৰিব লাগিব, আৰু আমি এতিয়াৰ পৰা ভৱিষ্যতৰ সংকটৰ সমাধান বিচাৰিব লাগিব। সেয়েহে আমাৰ চৰকাৰে ইয়াৰ নীতি আৰু সিদ্ধান্তত জল শাসনক প্ৰাথমিকতা দিছে। যোৱা ছয় বছৰত এই দিশত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনাই হওক অথবা প্ৰতিটো খেতিৰ পানী অভিযান, ' প্ৰতিটো টোপালত অধিক শস্য' এই অভিযানেই হওক অথবা নমামি গংগে অভিযান, জল জীৱন অভিযান অথবা অটল ভূজল পানী যোজনা, সকলোবোৰ ক্ষীপ্ৰতাৰে প্ৰস্তুত কৰা হৈছে।

বন্ধুসকল,

এই প্ৰচেষ্টাসমূহৰ মাজত, এইটোও উদ্বেগৰ বিষয় যে আমাৰ দেশত বৰষুণৰ পানীৰ অধিক অংশয়েই অপচয় হয়। ভাৰতে বৰষুণৰ পানীৰ যিমান ভালদৰে পৰিচালনা কৰিব, ভূজলৰ ওপৰত দেশৰ নিৰ্ভৰশীলতা সিমানেই কমি যাব আৰু সেয়েহে, ‘কেচ দা ৰেইন’ৰ দৰে অভিযান অতি গুৰুত্বপূৰ্ণ আৰু সফল হোৱাটো আৱশ্যক। এইবাৰ জল শক্তি অভিযানত এক বিশেষ দৃষ্টিভংগী এয়াই যে নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। বাৰিষালৈ এতিয়াও কেই সপ্তাহমান সময় আছে, সেয়েহে আমি এতিয়াৰ পৰাই পানী সংৰক্ষণ কৰিবলৈ সাজু হ'ব লাগিব। আমাৰ প্ৰস্তুতিত অভাৱ থাকিব নালাগিব। আনকি বাৰিষা অহাৰ আগতেই টেংক, পুখুৰী পৰিষ্কাৰ কৰিব লাগিব, কুঁৱা পৰিষ্কাৰ কৰিব লাগিব, মাটি আঁতৰাই পানী সংগ্ৰহ কৰাৰ ক্ষমতা বৃদ্ধি কৰিব লাগিব, বৰষুণৰ পানী প্ৰবাহিত হোৱাৰ পথত যাতে কোনো বাধা নাথাকে, ইয়াৰ বাবে সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াত কোনো অধিক অভিযান্ত্ৰিকৰ প্ৰয়োজন নাই। কেতিয়াবা এজন অতি ডাঙৰ অভিযন্তা আহি কাগজত এটা অতি ডাঙৰ ডিজাইন তৈয়াৰ কৰে, ইয়াৰ কোনো প্ৰয়োজন নাই। গাঁৱৰ মানুহে এই কথাবোৰ জানে, তেওঁলোকে এইটো অতি সহজে কৰিব পাৰিব, ইয়াত যিমান অধিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব সিমানেই ই ভাল হ'ব। মইতো বিচাৰো যে মনৰেগাৰ এক এক টকা বাৰিষা অহালৈকে এই কামতেই ব্যৱহাৰ হওক।

পানী সম্বন্ধীয় যিকোনো প্ৰস্তুতিৰ বাবে মনৰেগাৰ ধন আন কোনো ঠাইলৈ যাব নালাগে আৰু মই এই অভিযান সফল কৰি তুলিবলৈ সকলো দেশবাসীৰ সহযোগিতা বিচাৰো, আপোনালোক সকলো পঞ্চায়তৰ সদস্য, সকলো ডিএম, ডিচি আৰু অন্যান্য সহকৰ্মীসকলৰো যথেষ্ট ডাঙৰ ভূমিকা আছে। মোক কোৱা হৈছে যে আজি বিশেষ গ্ৰাম সভাও আয়োজন কৰা হৈছে আৰু জল শপতো গ্ৰহণ কৰা হৈছে। এই জল শপত জনসাধাৰণৰ সংকল্প, প্ৰকৃতি হ'ব লাগে। যেতিয়া পানীক লৈ আমাৰ প্ৰকৃতি পৰিৱৰ্তন হ’ব, তেতিয়া প্ৰকৃতিয়েও আমাৰ সৈতে মিলি যাব। আমি বহুবাৰ শুনিছো যে যদি সেনাক সোধা হয় যে শান্তিৰ সময়ত সেনাৰ ঘাম যিমান বেছি হয়, যুদ্ধৰ সময়ত সিমানেই তেজ কম প্ৰবাহিত হয়। মই ভাবো এই নিয়ম পানীৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। যদি আমি বৰষুণৰ আগতে পানীৰ কাম কৰো, যদি আমি কঠোৰ পৰিশ্ৰম কৰো, পানী সংৰক্ষণ কৰো, তেন্তে দুৰ্ভিক্ষৰ বাবে, যাৰ ফলত কোটি কোটি বস্তুৰ অপচয় হয়, সাধাৰণ মানুহে কষ্ট ভোগ কৰে, জন্তুবোৰ পলায়ন কৰিবলগীয়া হয়, এই আটাইবোৰ ৰক্ষা পৰিব। গতিকে যিদৰে যুদ্ধৰ সময়ত, শান্তিৰ সময়ত ঘৰ্মাক্ত হোৱাটোৱেই হৈছে মন্ত্ৰ, জীৱন বচাবলৈও বৰষুণৰ আগতে আপুনি যিমান অধিক প্ৰচেষ্টা কৰিব সিমানেই উপকৃত হ’ব।

ভাতৃ আৰু ভগ্নীসকল,

বৰষুণৰ পানী সংৰক্ষণৰ সৈতে, আমাৰ দেশত নদীৰ পানীৰ ব্যৱস্থাপনাৰ বিষয়েও বহু দশক ধৰি আলোচনা কৰা হৈছে। আমি দেখিছো, বান্ধৰ বহুতো ঠাই আছে কিন্তু desalting হোৱা নাই। যদি আমি অলপ desalting নকৰো, আমি অভিযন্তাসকলৰ নিৰ্দেশনাত এইটো কৰা উচিত, আনকি পানী অধিক বন্ধ হ'লেও, অধিক দিন চলিব, আৰু সেয়েহে, একেদৰে, এই নদী, আমাৰ খাল, এই সকলোবোৰতে এনে কাম কৰাটো প্ৰয়োজন। দেশখনক পানীৰ সংকটৰ পৰা ৰক্ষা কৰিবলৈ এই দিশত ত্বৰিতভাৱে কাম কৰাটো আমাৰ সকলোৰে দায়িত্ব। কেন-বেতৱা লিংক প্ৰকল্পটোও একেই দৃষ্টিভংগীৰ অংশ। মই মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ দুয়োজন মুখ্যমন্ত্ৰী, দুয়োখন ৰাজ্য চৰকাৰ আৰু দুয়োখন ৰাজ্যৰ জনসাধাৰণক অভিনন্দন জনাইছো। আজি এই দুয়োজন নেতা, এই দুয়োখন চৰকাৰে ইমান ডাঙৰ কাম কৰিছে যিটো হিন্দুস্তানৰ পানীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এই সোণালী পৃষ্ঠাৰ পৰা লিখা হ'ব। এইটো এটা তুচ্ছ কাম নহয়, এইখন কেৱল এখন কাগজ নহয় যে তেওঁলোকে স্বাক্ষৰ কৰা নাই, তেওঁলোকে আজি বুন্দেলখণ্ডৰ দুৰ্ভাগ্যপূৰ্ণ শাৰীক এটা নতুন ৰং প্ৰদান কৰিছে। বুন্দেলখণ্ডৰ ভাগ্য সলনি কৰিবলৈ কাম কৰিছে আৰু সেয়েহে, এই দুয়োজন মুখ্যমন্ত্ৰী, সেই দুয়োখন ৰাজ্যৰ চৰকাৰক দুয়োখন ৰাজ্যৰ জনসাধাৰণে সম্বৰ্ধনা জ্ঞাপন কৰিছে। কিন্তু মোৰ বুন্দেলখণ্ডৰ ভাতৃসকলৰো কাম কৰাৰ দায়িত্ব আছে, যাতে কেন-বেতোৱাৰ কাম আমাৰ চকুৰ সন্মুখত সম্পূৰ্ণ হয় আৰু পানী আমাৰ ওচৰত উপলব্ধ হয়। আমাৰ পথাৰবোৰ সেউজীয়া হ'বলৈ আৰম্ভ কৰিছে, আহক আমি একেলগে কাম কৰো। এই প্ৰকল্পটোত লক্ষাধিক লোকে, কৃষকে পানী উপলব্ধ হোৱা জিলাবোৰৰ পৰা বিদ্যুৎ উৎপাদন কৰিব। ইয়াৰ অৰ্থ হৈছে তৃষ্ণাও নিবৃত হ’ব আৰু প্ৰগতিও হ'ব।

|

ভাতৃ আৰু ভগ্নীসকল,

যেতিয়া প্ৰচেষ্টাবোৰ ভগীৰথৰ দৰে ডাঙৰ হয়, প্ৰতিটো লক্ষ্য প্ৰাপ্ত হয়। আৰু, আজি আমি দেশৰ জল জীৱন অভিযানত একে ঘটনাই দেখি আছো। মাত্ৰ এবছৰ আগতে, আমাৰ দেশৰ ১৯ কোটি গ্ৰাম্য পৰিয়ালৰ মাত্ৰ ৩.৫ কোটি পৰিয়ালত টেপৰ পানী আছিল। মই আনন্দিত যে জল জীৱন অভিযান আৰম্ভ হোৱাৰ পিছত ইমান কম সময়ৰ ভিতৰত প্ৰায় ৪ কোটি নতুন পৰিয়ালে টেপৰ সংযোগ লাভ কৰিছে। এই অভিযানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যে ইয়াত মূলতঃ জনসাধাৰণৰ সহযোগিতা আছে, স্থানীয় শাসনৰ এটা মডেল আছে আৰু মই মোৰ অভিজ্ঞতাৰ পৰা মই কও, এই জল জীৱন অভিযানলৈ যিমানেই অধিক ভগ্নী আগবাঢ়ি আহিব, যিমানেই ভনীসকলে এই দায়িত্ব ল'ব, মাতৃ আৰু ভগ্নী হিচাপে পানীৰ মূল্য তেওঁলোকে যিমান বুজে সিমান আনে বুজিব নোৱাৰে। মাতৃ আৰু ভনীসকলে জানে যে পানী কম হ'লে ঘৰত কিমান সমস্যাৰ সন্মুখীন হয়। যদি আপুনি সেই মাকৰ হাতত পানীৰ দায়িত্ব দিয়ে, আপুনি দেখিব, এই মাতৃ আৰু ভনীসকলে এনে এক পৰিৱৰ্তন আনিব যি আমাৰ চিন্তাৰ ঊৰ্ধত হ’ব পাৰে। আপোনালোক সকলো পঞ্চায়তী ৰাজৰ কৰ্মীসকলে ভালদৰে জানে এই সমগ্ৰ কাৰ্যসূচীটো গাঁৱেই পৰিচালনা কৰি আছে, গাঁৱতেই চলি আছে। বিশেষকৈ, মই আগতেই কৈছিলো, একেদৰে, আমাৰ মহিলাসকলৰ নেতৃত্বত ইয়াক আগুৱাই লৈ যাওক, আপোনালোকে চাব, ফলাফল অহা আৰম্ভ হ'ব। মই আনন্দিত যে এনে স্থানত বিদ্যালয়, অংগনৱাড়ী, আশ্ৰম-শালা, স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, ৰাজহুৱা কেন্দ্ৰ, টেপৰ পানী প্ৰাথমিকতাৰ আধাৰত জল পৰিবহণ কৰা হৈছে।

বন্ধুসকল,

জল জীৱন অভিযানৰ আন এটা দিশ আছে যাৰ বিষয়ে খুব কমেই আলোচনা কৰা হৈছে। পানীত থকা আৰ্চেনিক আৰু অন্যান্য প্ৰদূষকৰ সৈতে আমাৰ এটা অতি ডাঙৰ সমস্যা আছে৷ দূষিত পানীৰ বাবে, বহুতো ৰোগে মানুহৰ জীৱন ধ্বংস কৰে, তাৰে ভিতৰত হাঁড়ৰ ৰোগে জীয়াই থকা কঠিন কৰি তোলে। যদি আমি এই ৰোগবোৰ প্ৰতিহত কৰিবলৈ সক্ষম হও, আমি বহুতো জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ম। ইয়াৰ বাবে পানী পৰীক্ষা সমানে প্ৰয়োজনীয়। কিন্তু যদি বৰষুণৰ পানী বৃহৎ পৰিমাণত সংৰক্ষণ কৰা হয় তেতিয়া অন্য কামৰ পৰিমাণ হ্ৰাস হ'ব। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে, চৰকাৰে পানী পৰীক্ষাৰ ওপৰত ইমান গুৰুত্বসহকাৰে কাম কৰি আছে। আৰু মই সুখী যে আমাৰ গাঁৱত বাস কৰা ভনী আৰু কন্যাসকলক এই পানী পৰীক্ষা অভিযানত জড়িত কৰা হৈছে। ক’ৰোনাৰ সময়ত ৪.৫ লাখৰো অধিক মহিলাক পানী পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। প্ৰতিখন গাঁৱৰ কমেও ৫ গৰাকী মহিলাক পানী পৰীক্ষা কৰিবলৈ প্ৰশিক্ষিত কৰা হৈছে। জল শাসনত আমাৰ ভনী আৰু কন্যাৰ ভূমিকাক যিমানে উৎসাহিত কৰা হ'ব, ফলাফল বোৰ সিমানে ভাল হ’ব।

মোৰ বিশ্বাস যে জনসাধাৰণৰ অংশগ্ৰহণৰ সৈতে, ৰাজহুৱা শক্তিৰে আমি দেশৰ পানী ৰক্ষা কৰিব পাৰিম আৰু আমি দেশখনক আকৌ এবাৰ সমৃদ্ধ কৰি তুলিব পাৰিম। মই আকৌ এবাৰ দেশৰ সকলো যুৱ, সকলো মাতৃ আৰু ভগ্নী, সকলো শিশু, স্থানীয় সংস্থা, সামাজিক প্ৰতিষ্ঠান, চৰকাৰী বিভাগ, সকলো ৰাজ্য চৰকাৰক জল শক্তি অভিযান সফল কৰাৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। আগন্তুক ১০০ দিনৰ বাবে পানীৰ প্ৰস্তুতি, যেনে ঘৰলৈ অহা অধিকসংখ্যক অতিথিসকলৰ ক্ষেত্ৰত, গাঁৱলৈ বিবাহযাত্ৰী অহাৰ ক্ষেত্ৰত গাঁওখনে কেনেদৰে প্ৰস্তুতি চলায়? গোটেই মাহটো জুৰি প্ৰস্তুতি চলে কিয়নো বিবাহযাত্ৰী অহাৰ কথা। বাৰিষাকলৈও গোটেই গাঁৱত এনে প্ৰস্তুতি হ’ব লাগে, বৰষুণ হ'ব, পানী সংৰক্ষণ কৰো আহক। এক প্ৰকাৰে উৎসাহেৰে কাম আৰম্ভ কৰিব লাগে। মই আপোনালোকক যিমান প্ৰয়োজন সিমানে পানী সংৰক্ষণ কৰিবলৈ অনুৰোধ জনাইছো, কিয়নো বিবেচনাৰে ব্যৱহাৰ কৰিবলৈ পানীৰো প্ৰয়োজন, আমি কেতিয়াও ইয়াক পাহৰিব নালাগে।

মই পুনৰবাৰ বিশ্ব জল দিৱসত পানীক লৈ যিসকল পঞ্চায়তৰ নেতাই এই সজাগতা অভিযানত কাম কৰিছে, পানীৰ বাবে কাম কৰা যুৱকসকল, বহুতো লোক আছে, আজি মই পাঁচজন লোকৰ সৈতে কথা পাতিবলৈ সুযোগ পাইছিলো, কিন্তু হিন্দুস্তানৰ প্ৰতিটো কোণত এনে বহু মানুহ আছে। এনে সকলো শক্তিৰ ওচৰত নমস্কাৰ কৰি, আমি পানী সংৰক্ষণৰ চেষ্টা কৰো আহক। পানী ৰক্ষা কৰাত আমি সফল হও আৰু আমাৰ গ্ৰহটোক, আমাৰ অৰ্থনীতিক জলশক্তিৰে মহীয়ান কৰি তোলো, আমি এক শক্তিমান জাতি হিচাপে আগবাঢ়ি যাও, এনে এক কল্পনাৰ সৈতে আপোনালোক সকলোলৈ অশেষ ধন্যবাদ জনাইছো !!!

  • Jitendra Kumar March 22, 2025

    🙏🇮🇳
  • krishangopal sharma Bjp January 01, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
  • krishangopal sharma Bjp January 01, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
  • krishangopal sharma Bjp January 01, 2025

    नमो नमो 🙏 जय भाजपा 🙏🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
  • MLA Devyani Pharande February 17, 2024

    जय हिंद
  • Shivkumragupta Gupta March 25, 2022

    वंदेमातरम्🌹
  • Laxman singh Rana February 28, 2022

    namo namo 🇮🇳🙏
  • Laxman singh Rana February 28, 2022

    namo namo 🇮🇳🌹🌷
  • Laxman singh Rana February 28, 2022

    namo namo 🇮🇳🌹
  • Laxman singh Rana February 28, 2022

    namo namo 🇮🇳
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
EPFO Adds Record 2.18 Million Jobs in June 2025, Youth & Women Drive India’s Formal Job Growth

Media Coverage

EPFO Adds Record 2.18 Million Jobs in June 2025, Youth & Women Drive India’s Formal Job Growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
We are moving ahead with the goal of a quantum jump, not just incremental change: PM Modi
August 23, 2025
QuoteIndia is the world's fastest-growing major economy and is soon set to become the third-largest globally: PM
QuoteIndia, with its resilience and strength, stands as a beacon of hope for the world: PM
QuoteOur Government is infusing new energy into India's space sector: PM
QuoteWe are moving ahead with the goal of a quantum jump, not just incremental change: PM
QuoteFor us, reforms are neither a compulsion nor crisis-driven, but a matter of commitment and conviction: PM
QuoteIt is not in my nature to be satisfied with what has already been achieved. The same approach guides our reforms: PM
QuoteA major reform is underway in GST, set to be completed by this Diwali, making GST simpler and bringing down prices: PM
QuoteA Viksit Bharat rests on the foundation of an Aatmanirbhar Bharat: PM
Quote'One Nation, One Subscription' has simplified access to world-class research journals for students: PM
QuoteGuided by the mantra of Reform, Perform, Transform, India today is in a position to help lift the world out of slow growth: PM
QuoteBharat carries the strength to even bend the course of time: PM

नमस्कार!

मैं World Leaders Forum में आए सभी मेहमानों का अभिनंदन करता हूं। इस फोरम की टाइमिंग बहुत perfect है, और इसलिए मैं आपकी सराहना करता हूँ। अभी पिछले हफ्ते ही लाल किले से मैंने नेक्स्ट जेनरेशन रिफॉर्म्स की बात कही है, और अब ये फोरम इस स्पिरिट के फोर्स मल्टीप्लायर के रूप में काम कर रहा है।

साथियों,

यहां वैश्विक परिस्थितियों पर, Geo-Economics पर बहुत विस्तार से चर्चाएं हुई हैं, और जब हम ग्लोबल Context में देखते हैं, तो आपको भारत की इकॉनॉमी की मजबूती का एहसास होता है। आज भारत दुनिया की Fastest Growing मेजर इकॉनॉमी है। हम बहुत जल्द दुनिया की तीसरी सबसे बड़ी इकॉनॉमी बनने वाले हैं। एक्सपर्ट कह रहे हैं कि दुनिया की ग्रोथ में भारत का कंट्रीब्यूशन बहुत जल्द, करीब 20 परसेंट होने जा रहा है। ये ग्रोथ, ये रेज़ीलियन्स, जो हम भारत की इकॉनॉमी में देख रहे हैं, इसके पीछे बीते एक दशक में भारत में आई Macro-Economic Stability है। आज हमारा फिस्कल डेफिसिट घटकर Four Point Four परसेंट तक पहुंचने का अनुमान है। और ये तब है, जब हमने कोविड का इतना बड़ा संकट झेला है। आज हमारी कंपनियां, Capital Markets से Record Funds जुटा रही हैं। आज हमारे Banks, पहले से कहीं ज्यादा मज़बूत हैं। Inflation बहुत Low है, Interest Rates कम हैं। आज हमारा Current Account Deficit कंट्रोल में है। Forex Reserves भी बहुत मजबूत हैं। इतना ही नहीं, हर महीने लाखों Domestic Investors, S.I.P’s के ज़रिये हजारों करोड़ रुपए मार्केट में लगा रहे हैं।

साथियों,

आप भी जानते हैं, जब इकॉनॉमी के फंडामेंटल्स मजबूत होते हैं, उसकी बुनियाद मजबूत होती है, तो उसका प्रभाव भी हर तरफ होता है। मैंने अभी 15 अगस्त को ही इस बारे में विस्तार से चर्चा की है। मैं उन बातों को नहीं दोहराउंगा, लेकिन 15 अगस्त के आसपास और उसके बाद एक हफ्ते में जो कुछ हुआ है, वो अपने आप में भारत की ग्रोथ स्टोरी का शानदार उदाहरण है।

|

साथियों,

अभी latest आंकड़ा आया है कि अकेले जून महीने में, यानी मैं एक महीने की बात करता हूं, अकेले जून के महीने में E.P.F.O डेटा में 22 लाख फॉर्मल जॉब्स जुड़ी हैं, और ये संख्या अब तक के किसी भी महीने से ज्यादा है। भारत की रिटेल इंफ्लेशन 2017 के बाद सबसे कम स्तर पर है। हमारे Foreign Exchange Reserves अपने रिकार्ड हाई के करीब है। 2014 में हमारी Solar PV Module Manufacturing Capacity करीब ढाई गीगावॉट थी, ताजा आंकड़ा है कि आज ये कैपिसिटी 100 गीगावॉट के ऐतिहासिक पड़ाव तक पहुंच चुकी है। दिल्ली का हमारा एयरपोर्ट भी ग्लोबल एयरपोर्ट्स के elite Hundred-Million-Plus Club में पहुंच गया है। आज इस एयरपोर्ट की एनुअल पैसेंजर हैंडलिंग कैपिसिटी 100 मिलियन Plus की है। दुनिया के सिर्फ 6 एयरपोर्ट्स इस Exclusive Group का हिस्सा हैं।

साथियों,

बीते दिनों एक और खबर चर्चा में रही है। S&P Global Ratings ने भारत की Credit Rating Upgrade की है। और ऐसा करीब 2 दशकों के बाद हुआ है। यानी भारत अपनी Resilience और Strength से बाकी दुनिया की उम्मीद बना हुआ है।

साथियों,

आम बोलचाल में एक लाइन हम बार बार सुनते आए हैं, कभी हम भी बोलते हैं, कभी हम भी सुनते हैं, और कहा जाता है - Missing The Bus. यानी कोई अवसर आए, और वो निकल जाए। हमारे देश में पहले की सरकारों ने टेक्नोलॉजी और इंडस्ट्री के अवसरों की ऐसी कई Buses छोड़ी हैं। मैं आज किसी की आलोचना के इरादे से यहां नहीं आया हूं, लेकिन लोकतंत्र में कई बार तुलनात्मक बात करने से स्थिति और स्पष्ट होती है।

साथियों,

पहले की सरकारों ने देश को वोटबैंक की राजनीति में उलझाकर रखा, उनकी सोच चुनाव से आगे सोचने की ही नहीं थी। वो सोचते थे, जो Cutting Edge Technology है, वो बनाने का काम विकसित देशों का है। हमें कभी ज़रूरत होगी, तो वहां से इंपोर्ट कर लेंगे। यही वजह थी कि सालों तक हमारे देश को दुनिया के बहुत से देशों से पीछे रहना पड़ा, हम Bus Miss करते रहे। मैं कुछ उदाहरण बताता हूं, जैसे हमारा कम्यूनिकेशन सेक्टर है। जब दुनिया में इंटरनेट का दौर शुरु हुआ, तो उस वक्त की सरकार असमंजस में थी। फिर 2G का दौर आया, तो क्या-क्या हुआ, ये हम सबने देखा है। हमने वो Bus मिस कर दी। हम 2G, 3G और 4G के लिए भी विदेशों पर निर्भर रहे। आखिर कब तक ऐसे चलता रहता? इसलिए 2014 के बाद भारत ने अपनी अप्रोच बदली, भारत ने तय कर लिया कि हम कोई भी Bus छोड़ेंगे नहीं, बल्कि ड्राइविंग सीट पर बैठकर आगे बढ़ेंगे। और इसलिए हमने पूरा अपना 5G स्टैक देश में ही विकसित किया। हमने मेड इन इंडिया 5G बनाया भी, और सबसे तेजी से देश भर में पहुंचाया भी। अब हम मेड इन इंडिया 6G पर तेज़ी से काम कर रहे हैं।

और साथियों,

हम सब जानते हैं, भारत में सेमीकंडक्टर बनने की शुरुआत भी 50-60 साल पहले हो सकती थी। लेकिन भारत ने वो Bus भी मिस कर दी, और आने वाले कई बरसों तक ऐसा ही होता रहा। आज हमने ये स्थिति बदली है। भारत में सेमीकंडक्टर से जुड़ी फैक्ट्रियां लगनी शुरु हो चुकी हैं, इस साल के अंत तक पहली मेड इन इंडिया चिप, बाजार में आ जाएगी।

|

साथियों,

आज नेशनल स्पेस डे भी है, मैं आप सभी को National Space Day की शुभकामनाएं और उसके साथ ही, इस सेक्टर की भी बात करूंगा। 2014 से पहले स्पेस मिशन्स भी सीमित होते थे, और उनका दायरा भी सीमित था। आज 21वीं सदी में जब हर बड़ा देश अंतरिक्ष की संभावनाओं को तलाश रहा है, तो भारत कैसे पीछे रहता? इसलिए हमने स्पेस सेक्टर में रिफॉर्म भी किए और इसे प्राइवेट सेक्टर के लिए ओपन भी कर दिया। मैं आपको एक आंकड़ा देता हूं। Year 1979 से 2014 तक भारत में सिर्फ 42 Missions हुए थे, यानी 35 Years में 42 मिशन्स, आपको ये जानकर खुशी होगी कि पिछले 11 सालों में 60 से ज्यादा Missions पूरे हो चुके हैं। आने वाले समय में कई सारे मिशन लाइन्ड अप हैं। इसी साल हमने, स्पेस डॉकिंग का सामर्थ्य भी हासिल किया है। ये हमारे फ्यूचर के मिशन्स के लिए बहुत बड़ी अचीवमेंट है। अब भारत गगनयान मिशन से अपने Astronauts को Space में भेजने की तैयारी में है। और इसमें हमें ग्रुप कैप्टन शुभांशु शुक्ला के अनुभवों से भी बहुत मदद मिलने वाली है।

साथियों,

स्पेस सेक्टर को नई एनर्जी देने के लिए उसे हर बंधन से आजाद करना जरूरी था। इसलिए हमने पहली बार Private Participation के लिए Clear Rules बनाए, पहली बार Spectrum Allocation Transparent हुआ, पहली बार Foreign Investment Liberalise हुआ, और इस साल के बजट में हमने Space Startups के लिए 1,000 करोड़ रुपए का Venture Capital Fund भी दिया है।

साथियों,

आज भारत का स्पेस सेक्टर इन रीफॉर्म्स की सफलता देख रहा है। साल 2014 में भारत में सिर्फ एक Space Startup था, आज 300 से ज्यादा हैं। और वो समय भी दूर नहीं जब अंतरिक्ष में हमारा अपना स्पेस स्टेशन होगा।

साथियों,

हम इंक्रीमेंटल चेंज के लिए नहीं बल्कि क्वांटम जंप का लक्ष्य लेकर आगे बढ़ रहे हैं। और रिफॉर्म्स हमारे लिए न कंपल्शन हैं, न क्राइसिस ड्रिवेन हैं, ये हमारा कमिटमेंट है, हमारा कन्विक्शन है! हम होलिस्टिक अप्रोच के साथ किसी एक सेक्टर की गहरी समीक्षा करते हैं, और फिर One By One उस सेक्टर में रीफॉर्म्स किए जाते हैं।

Friends,

कुछ ही दिन पहले संसद का मानसून सत्र समाप्त हुआ है। इसी मानसून सत्र में आपको Reforms की निरंतरता दिखेगी। विपक्ष द्वारा अनेक व्यवधान पैदा करने के बावजूद हम पूरे कमिटमेंट के साथ Reforms में जुटे रहे। इसी मानसून सत्र में जन विश्वास 2.0 है, यह ट्रस्ट बेस्ड गवर्नेंस और प्रो पीपल गवर्नेंस से जुड़ा बहुत बड़ा रिफॉर्म हुआ है। जन विश्वास के पहले एडिशन में हमने करीब 200 minor offences को डी-क्रिमिनलाइज किया था। अब इस कानून के दूसरे एडिशन में हमने 300 से ज्यादा minor offences को डी-क्रिमिनलाइज कर दिया है। इसी सेशन में इनकम टैक्स कानून में भी रीफॉर्म किया गया है। 60 साल से चले आ रहे इस कानून को अब और सरल बनाया गया है। और इसमें भी एक खास बात है, पहले इस कानून की भाषा ऐसी थी कि सिर्फ़ वकील या CA ही इसे ठीक से समझ पाते थे। लेकिन अब इनकम टैक्स बिल को देश के सामान्य टैक्सपेयर की भाषा में तैयार किया गया है। यह दिखाता है कि नागरिकों के हितों को लेकर हमारी सरकार कितनी संवेदनशील है।

|

साथियों,

इसी मानसून सेशन में माइनिंग से जुड़े कानूनों में भी बहुत संशोधन किया गया है। शिपिंग और पोर्ट्स से जुड़े कानून भी बदले गए हैं। यह कानून भी अंग्रेजों के जमाने से ऐसे ही चले आ रहे थे। अब जो सुधार हुए हैं, वह भारत की ब्लू इकॉनॉमी को, पोर्ट लेड डेवलपमेंट को बढ़ावा देंगे। इसी तरह स्पोर्ट्स सेक्टर में भी नए रीफॉर्म किए गए हैं। हम भारत को बड़े इवेंट्स के लिए तैयार कर रहे हैं। स्पोर्ट्स इकोनॉमी के पूरे इकोसिस्टम का निर्माण कर रहे हैं। इसलिए सरकार, नई नेशनल स्पोर्ट्स पॉलिसी-खेलो भारत नीति लेकर भी आई है।

साथियों,

जो लक्ष्य हासिल कर लिया, उसी में संतुष्ट हो जाऊं, वो इतना करके बहुत हो गया, मोदी आराम कर लेगा! यह मेरे स्वभाव में नहीं है। रिफॉर्म्स को लेकर भी हमारी यही सोच हैं। हम आगे के लिए तैयारी करते रहते हैं, हमें और आगे बढ़ना हैं। अब रिफॉर्म्स का एक और पूरा आर्सेनल लेकर आने वाले हूं। इसके लिए हम कई मोर्चों पर काम कर रहे हैं। हम बेवजह के कानूनों को खत्म कर रहे हैं। नियमों और प्रक्रियाओं को सरल बना रहे हैं। प्रोसीजर्स और अप्रूवल्स को डिजिटल कर रहे हैं। अनेक प्रावधानों को डिक्रिमनलाइज कर रहे हैं। इसी कड़ी में GST में भी बहुत बड़ा रिफॉर्म किया जा रहा है। इस दीवाली तक ये प्रक्रिया पूरी हो जाएगी। इससे GST और आसान बनेगा और कीमतें भी कम होंगी।

साथियों,

नेक्स्ट जनरेशन रिफॉर्म्स के लिए इसके इस आर्सनल से भारत में मैन्युफैक्चरिंग बढ़ेगी, मार्केट में डिमांड बढ़ेगी, इंडस्ट्री को नई एनर्जी मिलेगी, Employment के नए अवसर बनेंगे और Ease Of Living, Ease Of Doing Business दोनों इंप्रूव होंगे।

साथियों,

आज भारत 2047 तक विकसित होने के लिए पूरी शक्ति से जुटा है और विकसित भारत का आधार आत्मनिर्भर भारत है। आत्मनिर्भर भारत को भी हमें तीन पैरामीटर्स पर देखने की जरूरत है। यह पैरामीटर हैं–स्पीड, स्केल और स्कोप। आपने ग्लोबल पेंडेमिक के दौरान भारत की स्पीड भी देखी है, स्केल भी देखा है और स्कोप भी महसूस किया है। आपको याद होगा, उस समय कैसे एकदम बहुत सारी चीजों की जरूरत पड़ गई थी और दूसरी तरफ ग्लोबल सप्लाई चेन भी एकदम ठप हो गई थी। तब हमने देश में ही जरूरी चीज़ें बनाने के लिए कदम उठाए। देखते ही देखते, हमने बहुत बड़ी मात्रा में टेस्टिंग किट्स बनाए, वेंटिलेटर्स बनाए, देशभर के अस्पतालों में ऑक्सीजन प्लांट्स लगाए। इन सारे कामों में भारत की स्पीड दिखाई दी। हमने देश के कोने-कोने में जाकर, अपने नागरिकों को 220 करोड़ से ज्यादा मेड इन इंडिया वैक्सीन लगाईं और वो भी बिल्कुल मुफ्त। इसमें भारत का स्केल दिखाई देता है। हमने करोड़ों लोगों को तेज़ी से वैक्सीन लगाने के लिए कोविन जैसा प्लेटफॉर्म बनाया। इसमें भारत का स्कोप नजर आता है। यह दुनिया का सबसे अनूठा सिस्टम था, जिसके चलते रिकॉर्ड समय में हमने वैक्सीनेशन भी पूरा कर लिया।

साथियों,

ऐसे ही, एनर्जी के क्षेत्र में भारत की स्पीड, स्केल और स्कोप को दुनिया देख रही है। हमने तय किया था कि 2030 तक हम अपनी टोटल पावर कैपेसिटी का फिफ्टी परसेंट, नॉन फॉसिल फ्यूल से जनरेट करेंगे, यह 2030 तक का लक्ष्य था। यह टारगेट हमने पांच साल पहले इसी साल 2025 में ही अचीव कर लिया।

|

साथियों,

पहले के समय जो नीतियां थीं, उसमें इंपोर्ट पर बहुत जोर रहा। लोगों के अपने फायदे थे, अपने खेल थे। लेकिन आज आत्मनिर्भर होता भारत, एक्सपोर्ट में भी नए रिकॉर्ड बना रहा है। पिछले एक साल में हमने चार लाख करोड़ रुपए के एग्रीकल्चर प्रॉडक्ट एक्सपोर्ट किए हैं। पिछले एक साल में पूरी दुनिया में 800 करोड़ वैक्सीन डोज बनी है। इसमें 400 करोड़ भारत में ही बनी हैं। आजादी के साढ़े छह दशक में हमारा इलेक्ट्रॉनिक्स एक्सपोर्ट, 35 हज़ार करोड़ रुपए के आस-पास पहुंच पाया था। आज ये करीब सवा तीन लाख करोड़ रुपए तक पहुंच रहा है।

साथिय़ों,

2014 तक भारत 50 हजार करोड़ रुपए के आसपास के ऑटोमोबाइल एक्सपोर्ट करता था। आज भारत एक साल में एक लाख बीस हज़ार करोड़ रुपए के ऑटोमोबाइल एक्सपोर्ट कर रहा है। आज हम मेट्रो कोच, रेल कोच से लेकर रेल लोकोमोटिव तक एक्सपोर्ट करने लगे हैं। वैसे आपके बीच आया हूं, तो भारत की एक और सफलता के बारे में आपको बता दूं, भारत अब दुनिया के 100 देशों को इलेक्ट्रिक व्हीकल भी एक्सपोर्ट करने जा रहा है। दो दिन के बाद 26 अगस्त को इससे जुड़ा एक बहुत बड़ा कार्यक्रम भी हो रहा है।

साथियों,

आप सभी जानते हैं, देश की प्रगति का बहुत बड़ा आधार रिसर्च भी है। इंपोर्टेड रिसर्च से गुज़ारा तो हो सकता है, लेकिन जो हमारा संकल्प है, वह सिद्ध नहीं हो सकता। इसलिए, रिसर्च फील्ड में हमें Urgency चाहिए, वैसा Mindset चाहिए। हमने रिसर्च को प्रोत्साहित करने के लिए बहुत तेजी से काम किया है। इसके लिए जो जरूरी पॉलिसी और प्लेटफार्म चाहिए, उस पर भी हम लगातार काम कर रहे हैं। आज, रिसर्च और डेवलपमेंट पर होने वाला खर्च 2014 की तुलना में दोगुने से भी अधिक हो गया है। 2014 की तुलना में फाइल किए जाने वाले पेटेंट्स की संख्या भी 17 टाइम ज्यादा हो गई है। हमने करीब 6,000 हायर एजुकेशन इंस्टीट्यूट्स में रिसर्च एंड डेवलपमेंट सेल स्थापित किए गए हैं। ‘वन नेशन, वन सब्सक्रिप्शन’ से भी आप परिचित हैं। इसने छात्रों के लिए विश्वस्तरीय रिसर्च जर्नल्स तक पहुँचने में उनको बहुत आसान बना दिया है। हमने 50 हज़ार करोड़ रुपए के बजट के साथ नेशनल रिसर्च फाउंडेशन बनाया है। एक लाख करोड़ रुपए की रिसर्च डेवलपमेंट एंड इनोवेशन स्कीम को भी मंजूरी दे दी है। लक्ष्य ये है कि प्राइवेट सेक्टर में, विशेषकर Sunrise और Strategic Sectors में नई रीसर्च को सपोर्ट मिले।

साथियों,

यहां इस समिट में इंडस्ट्री के बड़े-बड़े दिग्गज भी हैं। आज समय की मांग है कि इंडस्ट्री और प्राइवेट सेक्टर आगे आएं, विशेषकर Clean Energy, Quantum Technology, Battery Storage, Advanced Materials और Biotechnology जैसे सेक्टर्स में रिसर्च पर अपना काम और अपना निवेश और बढ़ाएँ। इससे विकसित भारत के संकल्प को नई एनर्जी मिलेगी।

|

साथियों,

रिफॉर्म, परफॉर्म, ट्रांसफॉर्म के मंत्र पर चल रहा भारत आज उस स्थिति में है कि वो दुनिया को धीमी ग्रोथ से बाहर निकाल सकता है। हम ठहरे हुए पानी में किनारे पर बैठकर के कंकड़ मारकर एंजॉय करने वाले लोग नहीं हैं, हम बहती तेज़ धारा को मोड़ने वाले लोग हैं और जैसा मैंने लाल किले से कहा था, भारत...समय को भी मोड़ देने का सामर्थ्य लेकर चल रहा है।

साथियों,

एक बार आप सबसे मिलने का मुझे अवसर मिला है, इसके लिए मैं इकोनॉमिक टाइम्‍स का आभार व्यक्त करता हूं। आप सबका भी हृदय से बहुत-बहुत आभार व्यक्त करता हूं। बहुत-बहुत शुभकामनाएं देता हूं!

धन्‍यवाद!