The amazing talent of my young friends filled me with new energy: PM

প্ৰধানমন্ত্ৰীহয় তেন্তে তুমি আৰ্টিষ্টো?

বিদ্যাৰ্থীছাৰ আপোনাৰেই কবিতা।

প্ৰধানমন্ত্ৰীমোৰেই কবিতা গাবা?

বিদ্যাৰ্থীঅপনে মন মে এক লক্ষ্য লিয়ে, মঞ্জিল অপনী প্ৰত্যক্ষ লিয়ে

হম তোড় ৰহে হে জঞ্জীৰে, হম বদল ৰহে হে তকদীৰে

য়ে নৱয়ুগ হে, য়ে নৱ ভাৰত, হম খুদ লিখেংগে অপনী তকদীৰ

হম বদল ৰহে হে তছবীৰ, খুদ লিখেংগে অপনী তকদীৰ

হম নিকল পড়ে হে প্ৰণ কৰকে, তন-মন অপনা অৰ্পণ কৰকে

জিদ হে, জিদ হে এক সূৰ্য উগানা হে, অম্বৰ সে ঊঁচা জানা হে

এক ভাৰত নয়া বনানা হে, অম্বৰ সে ঊঁচা জানা হে, এক ভাৰত নয়া বনানা হে।

(নিজৰ মনত এটা লক্ষ্য লৈ, গন্তব্যস্থল নিজৰ সমুখত লৈ

আমি ভাঙি আছোঁ শিকলি, আমি সলাই আছোঁ ভাগ্য

এয়া নৱযুগ, এয়া নৱ ভাৰত, আমি নিজেই লিখিম নিজৰ ভাগ্য

 

আমি সলাই আছোঁ ছবি, নিজেই লিখিম নিজৰ ভাগ্য

আমি ওলাই আহিছোঁ প্ৰতিজ্ঞা কৰি, দেহ-মন নিজৰ অৰ্পণ কৰি

জেদ আছে, জেদ আছে এটা সূৰ্য উদয় কৰাম, আকাশতকৈ উচ্চতালৈ যাব লাগিব

এখন ভাৰত নতুন গঢ়িব লাগিব, আকাশতকৈ উচ্চতালৈ যাব লাগিব, এখন ভাৰত নতুন গঢ়িব লাগিব।)

প্ৰধানমন্ত্ৰীবাহ।

প্ৰধানমন্ত্ৰীকি নাম?

বিদ্যাৰ্থীস্পষ্ট নহয়।

প্ৰধানমন্ত্ৰীবাহ তুমি ঘৰ পাই গ’লা? হৈছে, প্ৰগতি হৈ আছে নতুন ঘৰত, হৈছে বঢ়িয়া।

 

বিদ্যাৰ্থীস্পষ্ট নহয়।

প্ৰধানমন্ত্ৰীবাহ, বঢ়িয়া।

প্ৰধানমন্ত্ৰীইউপিআই…

বিদ্যাৰ্থীহয় ছাৰ, আজি প্ৰতিটো ঘৰত আপোনাৰ বাবে ইউপিআই আছে…

প্ৰধানমন্ত্ৰীএয়া তুমি নিজেই বনোৱা?

বিদ্যাৰ্থীহয়।

প্ৰধানমন্ত্ৰীকি নাম?

বিদ্যাৰ্থীআৰণা চৌহান।

প্ৰধানমন্ত্ৰীঅঁ

বিদ্যাৰ্থীময়ো আপোনাক এটা পয়েম শুনাব খোজোঁ।

প্ৰধানমন্ত্ৰীপয়েম শুনাব খোজা, শুনোৱা।

বিদ্যাৰ্থীনৰেন্দ্ৰ মোদী এক নাম হে, জো মীত কা নঈ উড়ান হে,

 

আপ লগে হো দেশ কো উড়ানে কে লিয়ে, হম ভী আপকে সাথ হে দেশ কো বঢ়ানে কে লিয়ে।

(নৰেন্দ্ৰ মোদী এটা নাম, যি মিত্ৰৰ নতুন উৰণ,

আপুনি লাগি আছে দেশক উৰুৱাবলৈ, আমিও আপোনাৰ লগত আছোঁ দেশক আগবঢ়াবলৈ।)

প্ৰধানমন্ত্ৰীচাব্বাচ।

প্ৰধানমন্ত্ৰীআপোনালোকৰ ট্ৰেইনিং হৈ গ’ল?

মেট্ৰো লোকো পাইলটহয় ছাৰ।

প্ৰধানমন্ত্ৰীচম্ভালি আছে?

মেট্ৰো লোকো পাইলটহয় ছাৰ।

প্ৰধানমন্ত্ৰীআপোনালোকৰ আনন্দ হয়নে এই কামত?

মেট্ৰো লোকো পাইলটহয় ছাৰ। ছাৰ আমি ভাৰতৰ প্ৰথম (অস্পষ্ট)... ছাৰ যথেষ্ট গৌৰৱ হয় ইয়াৰ বাবে…, ভাল লাগি আছে ছাৰ।

প্ৰধানমন্ত্ৰীযথেষ্ট মনোযোগ দিবলগীয়া হয় চাগে, আড্ডা মাৰিবলৈ নাপায় চাগে?

 

মেট্ৰো লোকো পাইলটনাই ছাৰ, আমাৰ হাতত সময় নাথাকে এনেকুৱা কিবা কৰাৰ… (অস্পষ্ট) এনেকুৱা একো নহয়।

প্ৰধানমন্ত্ৰীএকো নহয়?

মেট্ৰো লোকো পাইলটহয় ছাৰ…

প্ৰধানমন্ত্ৰীহৈছে বহুত শুভকামনা আপোনালোক সকলোকে।

মেট্ৰো লোকো পাইলটধন্যবাদ ছাৰ।

মেট্ৰো লোকো পাইলটআপোনাক লগ পাই আমাৰ সকলোৰে বহুত ভাল লাগিল ছাৰ…

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How PM Modi has changed focus of Independence Day speeches

Media Coverage

How PM Modi has changed focus of Independence Day speeches
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi shares a Sanskrit Subhashitam highlighting the power of collective resolve and unity in driving societal progress
August 17, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the importance of collective resolve and unity of minds in driving national progress and societal well-being.

The Prime Minister wrote on X;

"सामूहिक संकल्प और एकता की शक्ति से ही देश आगे बढ़ता है। यही भावना भारत की प्रगति और समृद्धि की मजबूत नींव है।

समानी व आकूतिः समाना हृदयानि वः।

समानमस्तु वो मनो यथा वः सुसहासति॥"

All our resolves should be identical, our minds should be connected with the feeling of unity, so that we may all continually strive for the progress of society through mutual cooperation and equal treatment.