যোগে সমগ্ৰ বিশ্বক একত্ৰিত কৰিছেঃপ্ৰধানমন্ত্ৰী
যোগ সকলোৰে বাবে, ইসীমা, পটভূমি, বয়স বা সামৰ্থ্যৰ উৰ্ধতঃপ্ৰধানমন্ত্ৰী
যোগে আমাক বিশ্বখনৰ সৈতে একতাৰ দিশত এক যাত্ৰাত ধাৱমান কৰে, ই আমাক বিচ্ছিন্ন ব্যক্তিৰ বিপৰীতে প্ৰকৃতিৰ অংশ হোৱা কথাটো শিকাইছেঃপ্ৰধানমন্ত্ৰী
যোগ হৈছে আমাক মোৰ পৰা আমিলৈ ৰূপান্তৰিত কৰা এক ব্যৱস্থাঃপ্ৰধানমন্ত্ৰী
যোগ হৈছে শ্বাস ল’বলৈ, সন্তুলন ৰক্ষা কৰিবলৈ, পুনৰ সম্পূৰ্ণ হ’বলৈমানৱতাৰপ্ৰয়োজনীয় পজ বুটামঃপ্ৰধানমন্ত্ৰী
এই যোগ দিৱস মানৱতাৰ বাবে যোগ ২.০-ৰ আৰম্ভণি হওঁক, অভ্যন্তৰীণ শান্তি বিশ্ব নীতি হৈ উঠকঃপ্ৰধানমন্ত্ৰী

অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল চৈয়দ আব্দুল নাজিৰ ডাঙৰীয়া, এই ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, মোৰ মৰমৰ বন্ধু চন্দ্ৰবাবু নাইডু ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থকে. ৰামমোহন নাইডু ডাঙৰীয়া, প্ৰতাপৰাও যাদৱ ডাঙৰীয়া, চন্দ্ৰশেখৰ ডাঙৰীয়া, ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা ডাঙৰীয়া, ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ ডাঙৰীয়া, আন-আন বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল! আপোনালোক সকলোকে নমস্কাৰ জনালোঁ!

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশৰ লগতে সমগ্ৰ বিশ্বৰ জনতালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ১১ সংখ্যক বাৰৰ বাবে সমগ্ৰ বিশ্বই ২১ জুনত একেলগে যোগাসন কৰিছে। যোগৰ অৰ্থ হৈছে কেৱল সংযোগ আৰু যোগে কেনেকৈ সমগ্ৰ বিশ্বখনক সংযোগ কৰিছে, সেয়া আশ্চৰ্য্যকৰ। যোৱা দশকত যোগৰ পৰিক্ৰমালৈ উভতি চালে বহু কথা মনত পৰে। যিদিনা ভাৰতে ৰাষ্ট্ৰসংঘত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিয়া হওঁক বুলি প্ৰস্তাৱ জনাইছিল আৰু তাৰ পিছতে কম সময়ৰ ভিতৰতে বিশ্বৰ ১৭৫খন দেশে আমাৰ প্ৰস্তাৱলৈ সমৰ্থন জনাইছিল, সেয়া এক বিৰল ঘটনা আছিল। এনে সংহতি আৰু সমৰ্থন আজিৰ বিশ্বত এক সাধাৰণ পৰিঘটনা নহয়। এয়া কেৱল এটা প্ৰস্তাৱলৈ সমৰ্থন জনোৱা কাৰ্য্য নাছিল, বৰঞ্চ মানৱতাৰ মংগলৰ বাবে বিশ্বৰ এক সামূহিক প্ৰচেষ্টা আছিল। আজি ১১ বছৰৰ পাছত আমি দেখিবলৈ পাওঁ যে যোগাসন বিশ্বৰ লক্ষ-লক্ষলোকৰ জীৱনশৈলীৰ এক অংশ হৈ পৰিছে। আমাৰ দিব্যাংগজনে ব্ৰেইল মাধ্যমত যোগশাস্ত্ৰ পঢ়িছে, বিজ্ঞানীসকলে মহাকাশত যোগাসন কৰিছে, গাঁৱৰ ডেকা বন্ধুসকলে যোগ অলিম্পিয়াডত অংশগ্ৰহণ কৰা দেখি গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াত চাওঁকচোন, নৌসেনাৰ সকলো জাহাজতে যোগাসনৰ কাৰ্য্যসূচী অব্যাহত আছে। ছিডনী অপেৰা হাউছেই হওঁকবা এভাৰেষ্ট শৃংগই হওঁকবা সাগৰৰ বিস্তৃতিয়েই হওঁক, সকলোৱেএটাইবাৰ্তা প্ৰেৰণ কৰিছে – যোগাসন সকলোৰেআৰু সকলোৰে বাবে। যোগ সকলোৰে বাবে, ইসীমা, পটভূমি, বয়স বা সামৰ্থ্যৰ উৰ্ধত।

 

বন্ধুসকল,

আজি আমি সকলোৱে বিশাখাপট্টনমত থাকিবলৈ পাই সন্তোষ পাইছোঁ। এই চহৰখন প্ৰকৃতি আৰু প্ৰগতি উভয়ৰে মিলনভূমি। ইয়াৰ জনসাধাৰণেসৰ্বাংগসুন্দৰভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছে। মই চন্দ্ৰবাবু নাইডু আৰু পৱন কল্যাণক অভিনন্দন জনাইছোঁ, আপোনালোকৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশে যোগান্ধ্ৰ অভিযান নামেৰে এক বৃহৎ উদ্যোগ হাতত লৈছিল। লগতে নাৰা লোকেশৰ এই প্ৰচেষ্টাক বিশেষভাৱে প্ৰশংসা কৰিব বিচাৰিছোঁ। যোগৰ সামাজিক উদযাপন কেনেকুৱা হ’ব লাগে, সমাজৰ প্ৰতিটো শ্ৰেণী ইয়াৰে কেনেকৈ সংযুক্ত হ’ব লাগে, যোৱা ডেৰ মাহজোৰা যোগান্ধ্ৰ অভিযানত তেওঁ এই কথা দেখুৱাইছেআৰু ইয়াৰ বাবে ভাই লোকেশ বহু অভিনন্দনৰ যোগ্য। আৰু মই মোৰ দেশবাসীকো লোকেশ ভাইটিয়ে কৰা কামক, এনে সুযোগক কেনেকৈ গভীৰভাৱে সামাজিক স্তৰলৈ লৈ যাব পাৰি, তাৰ উদাহৰণ হিচাপে চাবলৈ আহ্বান জনালোঁ।

বন্ধুসকল,

মই জানিব পাৰিছোঁ যে যোগান্ধ্ৰ অভিযানত দুই কোটিৰো অধিক লোক জড়িত হৈছে। এয়াই হৈছে জনসাধাৰণৰ অংশগ্ৰহণৰ মনোভাৱ, যি হৈছে এখনি উন্নত ভাৰতৰ মূল আধাৰ। জনসাধাৰণ নিজেই আগবাঢ়ি আহি এটা অভিযান হাতত লোৱা, এটা লক্ষ্যৰ অংশীদাৰ হোৱামাত্ৰেকে সেই লক্ষ্যত উপনীত হোৱাত আমাক কোনেও বাধা দিব নোৱাৰে। ৰাইজৰ এই সদিচ্ছা আৰু আপোনালোকৰ প্ৰচেষ্টা এই অনুষ্ঠানৰ সকলোতে দেখা গৈছে।

 

বন্ধুসকল,

এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এই বিষয়বস্তুৱে এক গভীৰ সত্যকে প্ৰতিফলিত কৰিছে। পৃথিৱীৰ প্ৰতিটো জীৱনৰ স্বাস্থ্য আন্তঃসংযোগী। মানুহৰ মংগল নিৰ্ভৰ কৰে আমাৰ খাদ্যৰউৎপাদনকৰা ভূমিৰ গুণাগুণৰ ওপৰত, আমাক পানীৰ যোগান ধৰা নৈসমূহৰ ওপৰত, আমাৰ পৰিবেশ তন্ত্ৰৰ অংশীদাৰ জীৱ-জন্তুৰ স্বাস্থ্যৰ ওপৰত, আমাক পুষ্টি প্ৰদান কৰা উদ্ভিদৰ ওপৰত। যোগে আমাক এই আন্তঃসংযোগৰ প্ৰতি সজাগ কৰি তোলে। যোগে আমাক বিশ্বখনৰ সৈতে একতাৰ দিশত এক যাত্ৰাত ধাৱমান কৰে, ই আমাক বিচ্ছিন্ন ব্যক্তিৰ বিপৰীতে প্ৰকৃতিৰ অংশ হোৱা কথাটো শিকাইছে। প্ৰথম অৱস্থাত আমি নিজৰ স্বাস্থ্য আৰু সুস্থতাৰ ভালদৰে যত্ন ল’বলৈ শিকোঁ। লাহে-লাহে আমাৰ যত্ন আৰু চিন্তা আমাৰ পৰিবেশ, সমাজ আৰু গ্ৰহলৈ বিয়পি পৰে। যোগ হৈছে এক মহান ব্যক্তিগত অনুশাসন। একে সময়তে ই এনে এক ব্যৱস্থা, যিয়ে আমাক মোৰ পৰা আমালৈ লৈ যায়।

বন্ধুসকল,

‘মইৰ পৰাআমি’ৰ এই আৱেগেই হৈছে ভাৰতৰ আত্মাৰ সাৰমৰ্ম। এজন ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কথা পৰিহাৰেৰে সমাজৰ কথা চিন্তা কৰামাত্ৰেকে সমগ্ৰ মানৱতা লাভান্বিত হয়। ভাৰতীয় সংস্কৃতিয়ে আমাক শিকাইছে, সৰ্বে ভৱন্তু সুখিনঃ, অৰ্থাৎ সকলোৰে কল্যাণ সাধনেই হৈছে মোৰ কৰ্তব্য। ‘মই’ৰ পৰা ‘আমি’লৈ এই যাত্ৰাই হৈছে সেৱা, নিষ্ঠা আৰু সহ-অৱস্থানৰ ভিত্তি। এই চিন্তাধাৰাই সামাজিক সম্প্ৰীতিৰ প্ৰসাৰ ঘটায়।

বন্ধুসকল,

দুৰ্ভাগ্যজনকভাৱে আজি সমগ্ৰ বিশ্বখনে কিবা এক উত্তেজনাৰ মাজতসময় কটাবলগীয়া হৈছে। বহু ক্ষেত্ৰত অশান্তি আৰু অস্থিৰতাবৃদ্ধি পাইছে। এনে পৰিস্থিতিত যোগে আমাক প্ৰশান্তিৰ দিশেধাৱমান কৰে। যোগ হৈছে শ্বাস ল’বলৈ, সন্তুলন ৰক্ষা কৰিবলৈ, পুনৰ সম্পূৰ্ণ হ’বলৈ মানৱতাৰ প্ৰয়োজনীয় পজ বুটাম।

এই গুৰুত্বপূৰ্ণ উপলক্ষত মই বিশ্ব সমাজলৈ এটা অনুৰোধ জনাব খুজিছোঁ। এই যোগ দিৱস মানৱতাৰ বাবে যোগ ২.০-ৰ আৰম্ভণি হওঁক, য’ত অভ্যন্তৰীণ শান্তি বিশ্ব নীতি হৈ পৰে। য’ত যোগ কেৱল ব্যক্তিগত অনুশীলনেই নহয়, বৰঞ্চ বিশ্ব অংশীদাৰিত্বৰ এক মাধ্যম হৈ পৰে। য'ত প্ৰতিখন দেশ, প্ৰতিখন সমাজে যোগক জীৱনশৈলী আৰু ৰাজহুৱা নীতিৰ অংগ কৰি তোলে। য’ত আমি একেলগে এখনি শান্তিপূৰ্ণ, সুষম আৰু বহনক্ষম বিশ্বক গতি প্ৰদান কৰিব পাৰোঁ। য’ত যোগে পৃথিৱীখনক সংঘাতৰ পৰা সহযোগিতালৈ আৰু উত্তেজনাৰ পৰা সমাধানৰ বাটলৈ লৈ যায়।

 

বন্ধুসকল,

বিশ্বখনত যোগৰ প্ৰচাৰৰ বাবে ভাৰতে আধুনিক গৱেষণাৰ জৰিয়তে যোগ বিজ্ঞানক অধিক সমৃদ্ধ কৰি তুলিছে। দেশৰ প্ৰধান চিকিৎসা প্ৰতিষ্ঠানসমূহ যোগ সন্দৰ্ভত গৱেষণাত নিয়োজিত হৈছে। যোগৰ বিজ্ঞানসন্মত স্বৰূপে যাতে আধুনিক চিকিৎসা ব্যৱস্থাত স্থান লাভ কৰে,তাৰ অৰ্থে আমি প্ৰয়াস গ্ৰহণ কৰিছোঁ। লগতে আমি দেশৰ চিকিৎসা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহত যোগৰ ক্ষেত্ৰত প্ৰমাণভিত্তিক চিকিৎসাক উৎসাহিত কৰিছোঁ। এই দিশত এইমছ, দিল্লীয়েও বহুখিনি ভাল কাম কৰিছে। এইমছৰ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে হৃদযন্ত্ৰ আৰু স্নায়ুজনিত বিকাৰৰ চিকিৎসা তথা মহিলাৰ স্বাস্থ্য আৰু মানসিক সুস্থতাত যোগে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বন্ধুসকল,

ৰাষ্ট্ৰীয় আয়ুষ অভিযানৰ জৰিয়তেও যোগ আৰু সুস্থতাৰ মন্ত্ৰ প্ৰচাৰ কৰা হৈছে। ইয়াত ডিজিটেল প্ৰযুক্তিয়েও এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যোগ পৰ্টেল আৰু যোগান্ধ্ৰ পৰ্টেলৰ জৰিয়তে দেশজুৰি ১০ লাখৰো অধিক কাৰ্য্যসূচীৰ পঞ্জীয়ন সম্পন্ন হৈছে। আজি দেশৰ প্ৰতিটো প্ৰান্ততে ইমানখিনি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ পৰা যোগৰ পৰিসৰ কিমান সম্প্ৰসাৰিত হৈছে, সেয়াও বুজা যায়।

 

বন্ধুসকল,

আমাৰ সকলোৰেজ্ঞাত যে আজি হিল ইন ইণ্ডিয়া মন্ত্ৰটোও বিশ্বত অতিশয় জনপ্ৰিয় হৈ পৰিছে। ভাৰত বিশ্বৰ বাবে নিৰাময় লাভৰ সৰ্বোত্তম গন্তব্যস্থান হৈ পৰিছে। ইয়াত যোগৰো এটি গুৰুত্বপূৰ্ণ ভূমিকা আছে। যোগৰ বাবে এটা কমন যোগ প্ৰট’কল যুগুত হোৱাত মই সন্তোষ পাইছোঁ। যোগ প্ৰমাণীকৰণ ব’ৰ্ডৰ ৬.৫ লাখৰো অধিক প্ৰশিক্ষণপ্ৰাপ্ত স্বেচ্ছাসেৱক,প্ৰায় ১৩০ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান আৰু চিকিৎসা মহাবিদ্যালয়ত১০-দিনীয়া যোগ মডিউল আদিএকাধিক প্ৰচেষ্টাই এক সামগ্ৰিক বাতাবৰণৰ সৃষ্টি কৰিছে। সমগ্ৰ দেশৰে আমাৰ আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত প্ৰশিক্ষণপ্ৰাপ্ত যোগ শিক্ষক নিয়োগ কৰা হৈছে। ভাৰতৰ এই সুস্থতা ব্যৱস্থাৰ জৰিয়তে বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকসকল উপকৃত হ’ব পৰাকৈ বিশেষ ই-আয়ুষভিছা প্ৰদান কৰা হৈছে।

বন্ধুসকল,

আজি যোগ দিৱসৰ দিনা আকৌ এবাৰ মেদবহুলতাৰ প্ৰতিসকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ক্ৰমবৰ্ধমান মেদবহুলতা সমগ্ৰ বিশ্বৰ বাবে এক বিৰাট প্ৰত্যাহ্বান হৈ পৰিছে। মই মন কী বাত অনুষ্ঠানতো এই বিষয়ে বিতংভাৱে আলোচনা কৰিছিলোঁ। ইয়াৰ বাবে মই আমাৰ খাদ্যাভাসত ১০ শতাংশ তেল হ্ৰাসৰ প্ৰচেষ্টাও আৰম্ভ কৰিছিলোঁ। মই পুনৰবাৰ সমগ্ৰ বিশ্ব তথা দেশৰ জনসাধাৰণক এই প্ৰচেষ্টাত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। আমি আমাৰ খাদ্যত তেলৰ ব্যৱহাৰ কমেও ১০ শতাংশ কেনেকৈ হ্ৰাস কৰিব পাৰোঁ, সেই সম্পৰ্কে সজাগতা সৃষ্টি কৰিব লাগিব। তেলৰ ব্যৱহাৰ হ্ৰাস, অ-স্বাস্থ্যসন্মত খাদ্য পৰিহাৰ আৰু যোগাসন কৰাই হৈছে উন্নত স্বাস্থ্যৰ চাবিকাঠি।

 

বন্ধুসকল,

আজি যোগ দিৱসৰ দিনা আকৌ এবাৰ মেদবহুলতাৰ প্ৰতিসকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ক্ৰমবৰ্ধমান মেদবহুলতা সমগ্ৰ বিশ্বৰ বাবে এক বিৰাট প্ৰত্যাহ্বান হৈ পৰিছে। মই মন কী বাত অনুষ্ঠানতো এই বিষয়ে বিতংভাৱে আলোচনা কৰিছিলোঁ। ইয়াৰ বাবে মই আমাৰ খাদ্যাভাসত ১০ শতাংশ তেল হ্ৰাসৰ প্ৰচেষ্টাও আৰম্ভ কৰিছিলোঁ। মই পুনৰবাৰ সমগ্ৰ বিশ্ব তথা দেশৰ জনসাধাৰণক এই প্ৰচেষ্টাত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। আমি আমাৰ খাদ্যত তেলৰ ব্যৱহাৰ কমেও ১০ শতাংশ কেনেকৈ হ্ৰাস কৰিব পাৰোঁ, সেই সম্পৰ্কে সজাগতা সৃষ্টি কৰিব লাগিব। তেলৰ ব্যৱহাৰ হ্ৰাস, অ-স্বাস্থ্যসন্মত খাদ্য পৰিহাৰ আৰু যোগাসন কৰাই হৈছে উন্নত স্বাস্থ্যৰ চাবিকাঠি।

 

বন্ধুসকল,

আহকচোন, আমি সকলোৱে মিলি যোগক এক গণ আন্দোলন কৰি তোলোঁ। বিশ্বখনক শান্তি, সু-স্বাস্থ্য আৰু সম্প্ৰীতিৰ দিশত ধাৱমান কৰোৱা এক আন্দোলন গঢ়োঁ। যি বাতাবৰণত প্ৰতিজন ব্যক্তিয়েই যোগাসনেৰে দিনটো আৰম্ভ কৰে আৰু জীৱনৰসন্তুলন ৰক্ষা কৰিবলৈ সক্ষম হয়। য'ত প্ৰতিখন সমাজ যোগৰ সৈতে জড়িত আৰু মানসিক চাপৰ পৰা মুক্ত হৈ পৰিব। য'ত যোগ মানৱতাৰ ঐক্য ৰক্ষাৰ এক মাধ্যম হৈ পৰে। আৰু য’ত ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’ হৈ পৰে এক বৈশ্বিক সংকল্প। আকৌ এবাৰ অন্ধ্ৰৰ নেতৃত্ব আৰু অন্ধ্ৰবাসীক অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ বিশ্বৰ যোগ সাধক আৰু যোগপ্ৰেমীসকলকো অভিনন্দন জনাই আপোনালোক সকলোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। অশেষ ধন্যবাদ জনালোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
MSME exports touch Rs 9.52 lakh crore in April–September FY26: Govt tells Parliament

Media Coverage

MSME exports touch Rs 9.52 lakh crore in April–September FY26: Govt tells Parliament
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Assam has picked up a new momentum of development: PM Modi at the foundation stone laying of Ammonia-Urea Fertilizer Project in Namrup
December 21, 2025
Assam has picked up a new momentum of development: PM
Our government is placing farmers' welfare at the centre of all its efforts: PM
Initiatives like PM Dhan Dhanya Krishi Yojana and the Dalhan Atmanirbharta Mission are launched to promote farming and support farmers: PM
Guided by the vision of Sabka Saath, Sabka Vikas, our efforts have transformed the lives of poor: PM

उज्जनिर रायज केने आसे? आपुनालुकोलोई मुर अंतोरिक मोरोम आरु स्रद्धा जासिसु।

असम के गवर्नर लक्ष्मण प्रसाद आचार्य जी, मुख्यमंत्री हिमंता बिस्वा शर्मा जी, केंद्र में मेरे सहयोगी और यहीं के आपके प्रतिनिधि, असम के पूर्व मुख्यमंत्री, सर्बानंद सोनोवाल जी, असम सरकार के मंत्रीगण, सांसद, विधायक, अन्य महानुभाव, और विशाल संख्या में आए हुए, हम सबको आशीर्वाद देने के लिए आए हुए, मेरे सभी भाइयों और बहनों, जितने लोग पंडाल में हैं, उससे ज्यादा मुझे वहां बाहर दिखते हैं।

सौलुंग सुकाफा और महावीर लसित बोरफुकन जैसे वीरों की ये धरती, भीमबर देउरी, शहीद कुसल कुवर, मोरान राजा बोडौसा, मालती मेम, इंदिरा मिरी, स्वर्गदेव सर्वानंद सिंह और वीरांगना सती साध`नी की ये भूमि, मैं उजनी असम की इस महान मिट्टी को श्रद्धापूर्वक नमन करता हूँ।

साथियों,

मैं देख रहा हूँ, सामने दूर-दूर तक आप सब इतनी बड़ी संख्या में अपना उत्साह, अपना उमंग, अपना स्नेह बरसा रहे हैं। और खासकर, मेरी माताएँ बहनें, इतनी विशाल संख्या में आप जो प्यार और आशीर्वाद लेकर आईं हैं, ये हमारी सबसे बड़ी शक्ति है, सबसे बड़ी ऊर्जा है, एक अद्भुत अनुभूति है। मेरी बहुत सी बहनें असम के चाय बगानों की खुशबू लेकर यहां उपस्थित हैं। चाय की ये खुशबू मेरे और असम के रिश्तों में एक अलग ही ऐहसास पैदा करती है। मैं आप सभी को प्रणाम करता हूँ। इस स्नेह और प्यार के लिए मैं हृदय से आप सबका आभार करता हूँ।

साथियों,

आज असम और पूरे नॉर्थ ईस्ट के लिए बहुत बड़ा दिन है। नामरूप और डिब्रुगढ़ को लंबे समय से जिसका इंतज़ार था, वो सपना भी आज पूरा हो रहा है, आज इस पूरे इलाके में औद्योगिक प्रगति का नया अध्याय शुरू हो रहा है। अभी थोड़ी देर पहले मैंने यहां अमोनिया–यूरिया फर्टिलाइज़र प्लांट का भूमि पूजन किया है। डिब्रुगढ़ आने से पहले गुवाहाटी में एयरपोर्ट के एक टर्मिनल का उद्घाटन भी हुआ है। आज हर कोई कह रहा है, असम विकास की एक नई रफ्तार पकड़ चुका है। मैं आपको बताना चाहता हूँ, अभी आप जो देख रहे हैं, जो अनुभव कर रहे हैं, ये तो एक शुरुआत है। हमें तो असम को बहुत आगे लेकर के जाना है, आप सबको साथ लेकर के आगे बढ़ना है। असम की जो ताकत और असम की भूमिका ओहोम साम्राज्य के दौर में थी, विकसित भारत में असम वैसी ही ताकतवर भूमि बनाएंगे। नए उद्योगों की शुरुआत, आधुनिक इनफ्रास्ट्रक्चर का निर्माण, Semiconductors, उसकी manufacturing, कृषि के क्षेत्र में नए अवसर, टी-गार्डेन्स और उनके वर्कर्स की उन्नति, पर्यटन में बढ़ती संभावनाएं, असम हर क्षेत्र में आगे बढ़ रहा है। मैं आप सभी को और देश के सभी किसान भाई-बहनों को इस आधुनिक फर्टिलाइज़र प्लांट के लिए बहुत-बहुत शुभकामनाएँ देता हूँ। मैं आपको गुवाहटी एयरपोर्ट के नए टर्मिनल के लिए भी बधाई देता हूँ। बीजेपी की डबल इंजन सरकार में, उद्योग और कनेक्टिविटी की ये जुगलबंदी, असम के सपनों को पूरा कर रही है, और साथ ही हमारे युवाओं को नए सपने देखने का हौसला भी दे रही है।

साथियों,

विकसित भारत के निर्माण में देश के किसानों की, यहां के अन्नदाताओं की बहुत बड़ी भूमिका है। इसलिए हमारी सरकार किसानों के हितों को सर्वोपरि रखते हुए दिन-रात काम कर रही है। यहां आप सभी को किसान हितैषी योजनाओं का लाभ दिया जा रहा है। कृषि कल्याण की योजनाओं के बीच, ये भी जरूरी है कि हमारे किसानों को खाद की निरंतर सप्लाई मिलती रहे। आने वाले समय में ये यूरिया कारख़ाना यह सुनिश्चित करेगा। इस फर्टिलाइज़र प्रोजेक्ट पर करीब 11 हजार करोड़ रुपए खर्च किए जाएंगे। यहां हर साल 12 लाख मीट्रिक टन से ज्यादा खाद बनेगी। जब उत्पादन यहीं होगा, तो सप्लाई तेज होगी। लॉजिस्टिक खर्च घटेगा।

साथियों,

नामरूप की ये यूनिट रोजगार-स्वरोजगार के हजारों नए अवसर भी बनाएगी। प्लांट के शुरू होते ही अनेकों लोगों को यहीं पर स्थायी नौकरी भी मिलेगी। इसके अलावा जो काम प्लांट के साथ जुड़ा होता है, मरम्मत हो, सप्लाई हो, कंस्ट्रक्शन का बहुत बड़ी मात्रा में काम होगा, यानी अनेक काम होते हैं, इन सबमें भी यहां के स्थानीय लोगों को और खासकर के मेरे नौजवानों को रोजगार मिलेगा।

लेकिन भाइयों बहनों,

आप सोचिए, किसानों के कल्याण के लिए काम बीजेपी सरकार आने के बाद ही क्यों हो रहा है? हमारा नामरूप तो दशकों से खाद उत्पादन का केंद्र था। एक समय था, जब यहां बनी खाद से नॉर्थ ईस्ट के खेतों को ताकत मिलती थी। किसानों की फसलों को सहारा मिलता था। जब देश के कई हिस्सों में खाद की आपूर्ति चुनौती बनी, तब भी नामरूप किसानों के लिए उम्मीद बना रहा। लेकिन, पुराने कारखानों की टेक्नालजी समय के साथ पुरानी होती गई, और काँग्रेस की सरकारों ने कोई ध्यान नहीं दिया। नतीजा ये हुआ कि, नामरूप प्लांट की कई यूनिट्स इसी वजह से बंद होती गईं। पूरे नॉर्थ ईस्ट के किसान परेशान होते रहे, देश के किसानों को भी तकलीफ हुई, उनकी आमदनी पर चोट पड़ती रही, खेती में तकलीफ़ें बढ़ती गईं, लेकिन, काँग्रेस वालों ने इस समस्या का कोई हल ही नहीं निकाला, वो अपनी मस्ती में ही रहे। आज हमारी डबल इंजन सरकार, काँग्रेस द्वारा पैदा की गई उन समस्याओं का समाधान भी कर रही है।

साथियों,

असम की तरह ही, देश के दूसरे राज्यों में भी खाद की कितनी ही फ़ैक्टरियां बंद हो गईं थीं। आप याद करिए, तब किसानों के क्या हालात थे? यूरिया के लिए किसानों को लाइनों में लगना पड़ता था। यूरिया की दुकानों पर पुलिस लगानी पड़ती थी। पुलिस किसानों पर लाठी बरसाती थी।

भाइयों बहनों,

काँग्रेस ने जिन हालातों को बिगाड़ा था, हमारी सरकार उन्हें सुधारने के लिए एडी-चोटी की ताकत लगा रही है। और इन्होंने इतना बुरा किया,इतना बुरा किया कि, 11 साल से मेहनत करने के बाद भी, अभी मुझे और बहुत कुछ करना बाकी है। काँग्रेस के दौर में फर्टिलाइज़र्स फ़ैक्टरियां बंद होती थीं। जबकि हमारी सरकार ने गोरखपुर, सिंदरी, बरौनी, रामागुंडम जैसे अनेक प्लांट्स शुरू किए हैं। इस क्षेत्र में प्राइवेट सेक्टर को भी बढ़ावा दिया जा रहा है। आज इसी का नतीजा है, हम यूरिया के क्षेत्र में आने वाले कुछ समय में आत्मनिर्भर हो सके, उस दिशा में मजबूती से कदम रख रहे हैं।

साथियों,

2014 में देश में सिर्फ 225 लाख मीट्रिक टन यूरिया का ही उत्पादन होता था। आपको आंकड़ा याद रहेगा? आंकड़ा याद रहेगा? मैं आपने मुझे काम दिया 10-11 साल पहले, तब उत्पादन होता था 225 लाख मीट्रिक टन। ये आंकड़ा याद रखिए। पिछले 10-11 साल की मेहनत में हमने उत्पादन बढ़ाकर के करीब 306 लाख मीट्रिक टन तक पहुंच चुका है। लेकिन हमें यहां रूकना नहीं है, क्योंकि अभी भी बहुत करने की जरूरत है। जो काम उनको उस समय करना था, नहीं किया, और इसलिए मुझे थोड़ा एक्स्ट्रा मेहनत करनी पड़ रही है। और अभी हमें हर साल करीब 380 लाख मीट्रिक टन यूरिया की जरूरत पड़ती है। हम 306 पर पहुंचे हैं, 70-80 और करना है। लेकिन मैं देशवासियों को विश्वास दिलाता हूं, हम जिस प्रकार से मेहनत कर रहे हैं, जिस प्रकार से योजना बना रहे हैं और जिस प्रकार से मेरे किसान भाई-बहन हमें आशीर्वाद दे रहे हैं, हम हो सके उतना जल्दी इस गैप को भरने में कोई कमी नहीं रखेंगे।

और भाइयों और बहनों,

मैं आपको एक और बात बताना चाहता हूं, आपके हितों को लेकर हमारी सरकार बहुत ज्यादा संवेदनशील है। जो यूरिया हमें महंगे दामों पर विदेशों से मंगाना पड़ता है, हम उसकी भी चोट अपने किसानों पर नहीं पड़ने देते। बीजेपी सरकार सब्सिडी देकर वो भार सरकार खुद उठाती है। भारत के किसानों को सिर्फ 300 रुपए में यूरिया की बोरी मिलती है, उस एक बोरी के बदले भारत सरकार को दूसरे देशों को, जहां से हम बोरी लाते हैं, करीब-करीब 3 हजार रुपए देने पड़ते हैं। अब आप सोचिए, हम लाते हैं 3000 में, और देते हैं 300 में। यह सारा बोझ देश के किसानों पर हम नहीं पड़ने देते। ये सारा बोझ सरकार खुद भरती है। ताकि मेरे देश के किसान भाई बहनों पर बोझ ना आए। लेकिन मैं किसान भाई बहनों को भी कहूंगा, कि आपको भी मेरी मदद करनी होगी और वह मेरी मदद है इतना ही नहीं, मेरे किसान भाई-बहन आपकी भी मदद है, और वो है यह धरती माता को बचाना। हम धरती माता को अगर नहीं बचाएंगे तो यूरिया की कितने ही थैले डाल दें, यह धरती मां हमें कुछ नहीं देगी और इसलिए जैसे शरीर में बीमारी हो जाए, तो दवाई भी हिसाब से लेनी पड़ती है, दो गोली की जरूरत है, चार गोली खा लें, तो शरीर को फायदा नहीं नुकसान हो जाता है। वैसा ही इस धरती मां को भी अगर हम जरूरत से ज्यादा पड़ोस वाला ज्यादा बोरी डालता है, इसलिए मैं भी बोरी डाल दूं। इस प्रकार से अगर करते रहेंगे तो यह धरती मां हमसे रूठ जाएगी। यूरिया खिला खिलाकर के हमें धरती माता को मारने का कोई हक नहीं है। यह हमारी मां है, हमें उस मां को भी बचाना है।

साथियों,

आज बीज से बाजार तक भाजपा सरकार किसानों के साथ खड़ी है। खेत के काम के लिए सीधे खाते में पैसे पहुंचाए जा रहे हैं, ताकि किसान को उधार के लिए भटकना न पड़े। अब तक पीएम किसान सम्मान निधि के लगभग 4 लाख करोड़ रुपए किसानों के खाते में भेजे गए हैं। आंकड़ा याद रहेगा? भूल जाएंगे? 4 लाख करोड़ रूपया मेरे देश के किसानों के खाते में सीधे जमा किए हैं। इसी साल, किसानों की मदद के लिए 35 हजार करोड़ रुपए की दो योजनाएं नई योजनाएं शुरू की हैं 35 हजार करोड़। पीएम धन धान्य कृषि योजना और दलहन आत्मनिर्भरता मिशन, इससे खेती को बढ़ावा मिलेगा।

साथियों,

हम किसानों की हर जरूरत को ध्यान रखते हुए काम कर रहे हैं। खराब मौसम की वजह से फसल नुकसान होने पर किसान को फसल बीमा योजना का सहारा मिल रहा है। फसल का सही दाम मिले, इसके लिए खरीद की व्यवस्था सुधारी गई है। हमारी सरकार का साफ मानना है कि देश तभी आगे बढ़ेगा, जब मेरा किसान मजबूत होगा। और इसके लिए हर संभव प्रयास किए जा रहे हैं।

साथियों,

केंद्र में हमारी सरकार बनने के बाद हमने किसान क्रेडिट कार्ड की सुविधा से पशुपालकों और मछलीपालकों को भी जोड़ दिया था। किसान क्रेडिट कार्ड, KCC, ये KCC की सुविधा मिलने के बाद हमारे पशुपालक, हमारे मछली पालन करने वाले इन सबको खूब लाभ उठा रहा है। KCC से इस साल किसानों को, ये आंकड़ा भी याद रखो, KCC से इस साल किसानों को 10 लाख करोड़ रुपये से ज्यादा की मदद दी गई है। 10 लाख करोड़ रुपया। बायो-फर्टिलाइजर पर GST कम होने से भी किसानों को बहुत फायदा हुआ है। भाजपा सरकार भारत के किसानों को नैचुरल फार्मिंग के लिए भी बहुत प्रोत्साहन दे रही है। और मैं तो चाहूंगा असम के अंदर कुछ तहसील ऐसे आने चाहिए आगे, जो शत प्रतिशत नेचुरल फार्मिंग करते हैं। आप देखिए हिंदुस्तान को असम दिशा दिखा सकता है। असम का किसान देश को दिशा दिखा सकता है। हमने National Mission On Natural Farming शुरू की, आज लाखों किसान इससे जुड़ चुके हैं। बीते कुछ सालों में देश में 10 हजार किसान उत्पाद संघ- FPO’s बने हैं। नॉर्थ ईस्ट को विशेष ध्यान में रखते हुए हमारी सरकार ने खाद्य तेलों- पाम ऑयल से जुड़ा मिशन भी शुरू किया। ये मिशन भारत को खाद्य तेल के मामले में आत्मनिर्भर तो बनाएगा ही, यहां के किसानों की आय भी बढ़ाएगा।

साथियों,

यहां इस क्षेत्र में बड़ी संख्या में हमारे टी-गार्डन वर्कर्स भी हैं। ये भाजपा की ही सरकार है जिसने असम के साढ़े सात लाख टी-गार्डन वर्कर्स के जनधन बैंक खाते खुलवाए। अब बैंकिंग व्यवस्था से जुड़ने की वजह से इन वर्कर्स के बैंक खातों में सीधे पैसे भेजे जाने की सुविधा मिली है। हमारी सरकार टी-गार्डन वाले क्षेत्रों में स्कूल, रोड, बिजली, पानी, अस्पताल की सुविधाएं बढ़ा रही है।

साथियों,

हमारी सरकार सबका साथ सबका विकास के मंत्र के साथ आगे बढ़ रही है। हमारा ये विजन, देश के गरीब वर्ग के जीवन में बहुत बड़ा बदलाव लेकर आया है। पिछले 11 वर्षों में हमारे प्रयासों से, योजनाओं से, योजनाओं को धरती पर उतारने के कारण 25 करोड़ लोग, ये आंकड़ा भी याद रखना, 25 करोड़ लोग गरीबी से बाहर निकले हैं। देश में एक नियो मिडिल क्लास तैयार हुआ है। ये इसलिए हुआ है, क्योंकि बीते वर्षों में भारत के गरीब परिवारों के जीवन-स्तर में निरंतर सुधार हुआ है। कुछ ताजा आंकड़े आए हैं, जो भारत में हो रहे बदलावों के प्रतीक हैं।

साथियों,

और मैं मीडिया में ये सारी चीजें बहुत काम आती हैं, और इसलिए मैं आपसे आग्रह करता हूं मैं जो बातें बताता हूं जरा याद रख के औरों को बताना।

साथियों,

पहले गांवों के सबसे गरीब परिवारों में, 10 परिवारों में से 1 के पास बाइक तक होती नहीं थी। 10 में से 1 के पास भी नहीं होती थी। अभी जो सर्वे आए हैं, अब गांव में रहने वाले करीब–करीब आधे परिवारों के पास बाइक या कार होती है। इतना ही नहीं मोबाइल फोन तो लगभग हर घर में पहुंच चुके हैं। फ्रिज जैसी चीज़ें, जो पहले “लग्ज़री” मानी जाती थीं, अब ये हमारे नियो मिडल क्लास के घरों में भी नजर आने लगी है। आज गांवों की रसोई में भी वो जगह बना चुका है। नए आंकड़े बता रहे हैं कि स्मार्टफोन के बावजूद, गांव में टीवी रखने का चलन भी बढ़ रहा है। ये बदलाव अपने आप नहीं हुआ। ये बदलाव इसलिए हुआ है क्योंकि आज देश का गरीब सशक्त हो रहा है, दूर-दराज के क्षेत्रों में रहने वाले गरीब तक भी विकास का लाभ पहुंचने लगा है।

साथियों,

भाजपा की डबल इंजन सरकार गरीबों, आदिवासियों, युवाओं और महिलाओं की सरकार है। इसीलिए, हमारी सरकार असम और नॉर्थ ईस्ट में दशकों की हिंसा खत्म करने में जुटी है। हमारी सरकार ने हमेशा असम की पहचान और असम की संस्कृति को सर्वोपरि रखा है। भाजपा सरकार असमिया गौरव के प्रतीकों को हर मंच पर हाइलाइट करती है। इसलिए, हम गर्व से महावीर लसित बोरफुकन की 125 फीट की प्रतिमा बनाते हैं, हम असम के गौरव भूपेन हजारिका की जन्म शताब्दी का वर्ष मनाते हैं। हम असम की कला और शिल्प को, असम के गोमोशा को दुनिया में पहचान दिलाते हैं, अभी कुछ दिन पहले ही Russia के राष्ट्रपति श्रीमान पुतिन यहां आए थे, जब दिल्ली में आए, तो मैंने बड़े गर्व के साथ उनको असम की ब्लैक-टी गिफ्ट किया था। हम असम की मान-मर्यादा बढ़ाने वाले हर काम को प्राथमिकता देते हैं।

लेकिन भाइयों बहनों,

भाजपा जब ये काम करती है तो सबसे ज्यादा तकलीफ काँग्रेस को होती है। आपको याद होगा, जब हमारी सरकार ने भूपेन दा को भारत रत्न दिया था, तो काँग्रेस ने खुलकर उसका विरोध किया था। काँग्रेस के राष्ट्रीय अध्यक्ष ने कहा था कि, मोदी नाचने-गाने वालों को भारत रत्न दे रहा है। मुझे बताइए, ये भूपेन दा का अपमान है कि नहीं है? कला संस्कृति का अपमान है कि नहीं है? असम का अपमान है कि नहीं है? ये कांग्रेस दिन रात करती है, अपमान करना। हमने असम में सेमीकंडक्टर यूनिट लगवाई, तो भी कांग्रेस ने इसका विरोध किया। आप मत भूलिए, यही काँग्रेस सरकार थी, जिसने इतने दशकों तक टी कम्यूनिटी के भाई-बहनों को जमीन के अधिकार नहीं मिलने दिये! बीजेपी की सरकार ने उन्हें जमीन के अधिकार भी दिये और गरिमापूर्ण जीवन भी दिया। और मैं तो चाय वाला हूं, मैं नहीं करूंगा तो कौन करेगा? ये कांग्रेस अब भी देशविरोधी सोच को आगे बढ़ा रही है। ये लोग असम के जंगल जमीन पर उन बांग्लादेशी घुसपैठियों को बसाना चाहते हैं। जिनसे इनका वोट बैंक मजबूत होता है, आप बर्बाद हो जाए, उनको इनकी परवाह नहीं है, उनको अपनी वोट बैंक मजबूत करनी है।

भाइयों बहनों,

काँग्रेस को असम और असम के लोगों से, आप लोगों की पहचान से कोई लेना देना नहीं है। इनको केवल सत्ता,सरकार और फिर जो काम पहले करते थे, वो करने में इंटरेस्ट है। इसीलिए, इन्हें अवैध बांग्लादेशी घुसपैठिए ज्यादा अच्छे लगते हैं। अवैध घुसपैठियों को काँग्रेस ने ही बसाया, और काँग्रेस ही उन्हें बचा रही है। इसीलिए, काँग्रेस पार्टी वोटर लिस्ट के शुद्धिकरण का विरोध कर रही है। तुष्टीकरण और वोटबैंक के इस काँग्रेसी जहर से हमें असम को बचाकर रखना है। मैं आज आपको एक गारंटी देता हूं, असम की पहचान, और असम के सम्मान की रक्षा के लिए भाजपा, बीजेपी फौलाद बनकर आपके साथ खड़ी है।

साथियों,

विकसित भारत के निर्माण में, आपके ये आशीर्वाद यही मेरी ताकत है। आपका ये प्यार यही मेरी पूंजी है। और इसीलिए पल-पल आपके लिए जीने का मुझे आनंद आता है। विकसित भारत के निर्माण में पूर्वी भारत की, हमारे नॉर्थ ईस्ट की भूमिका लगातार बढ़ रही है। मैंने पहले भी कहा है कि पूर्वी भारत, भारत के विकास का ग्रोथ इंजन बनेगा। नामरूप की ये नई यूनिट इसी बदलाव की मिसाल है। यहां जो खाद बनेगी, वो सिर्फ असम के खेतों तक नहीं रुकेगी। ये बिहार, झारखंड, पश्चिम बंगाल और पूर्वी उत्तर प्रदेश तक पहुंचेगी। ये कोई छोटी बात नहीं है। ये देश की खाद जरूरत में नॉर्थ ईस्ट की भागीदारी है। नामरूप जैसे प्रोजेक्ट, ये दिखाते हैं कि, आने वाले समय में नॉर्थ ईस्ट, आत्मनिर्भर भारत का बहुत बड़ा केंद्र बनकर उभरेगा। सच्चे अर्थ में अष्टलक्ष्मी बन के रहेगा। मैं एक बार फिर आप सभी को नए फर्टिलाइजर प्लांट की बधाई देता हूं। मेरे साथ बोलिए-

भारत माता की जय।

भारत माता की जय।

और इस वर्ष तो वंदे मातरम के 150 साल हमारे गौरवपूर्ण पल, आइए हम सब बोलें-

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।