ৰাষ্ট্ৰপতিগৰাকীয়ে ঘানাৰ ৰাষ্ট্ৰীয় বঁটা "দ্য অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা" প্ৰদানত মই গভীৰ সন্মানবোধ কৰিছোঁ।

মই ৰাষ্ট্ৰপতি মহামা, চৰকাৰ আৰু ঘানাৰ জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। মই ১৪০ কোটি ভাৰতীয়ৰ হৈ বিনম্ৰতাৰে এই সন্মান গ্ৰহণ কৰিছোঁ।

মই এই সন্মানক আমাৰ যুৱক-যুৱতীসকলৰ আকাংক্ষাৰাজি, তেওঁলোকৰ আশাব্যঞ্জক ভৱিষ্যৎ, আমাৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য তথা পৰম্পৰা আৰু ভাৰত-ঘানাৰ মাজৰ চিৰস্থায়ী ঐতিহাসিক বান্ধোনৰ প্ৰতি উৎসৰ্গা কৰিছোঁ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
AI engineering jobs rise by 51%, Vijayawada sees highest growth: India LinkedIn Head

Media Coverage

AI engineering jobs rise by 51%, Vijayawada sees highest growth: India LinkedIn Head
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 আগষ্ট 2026
August 22, 2026

Citizens Appreciate PM Modi’s Leadership Driving India’s Growth, Innovation and Connectivity