প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আফগানিস্তানৰ ৰাষ্ট্ৰপতি ড০ আশ্ৰফ ঘানিয়ে আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ দুয়োগৰাকী নেতাই ইজনে সিজনক ঈদ-ঊল-আধাৰ শুভেচ্ছা জ্ঞাপন কৰে৷

ৰাষ্ট্ৰপতি ঘানিয়ে আফগানিস্তানৰ চাহিদা পুৰণত সময়মতে খাদ্য আৰু চিকিৎসা সামগ্রী যোগান ধৰাৰ বাবে প্ৰধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰে৷ এক শান্তিপূর্ণ, সমৃদ্ধ আৰু সামগ্রিক উন্নয়নৰ বাবে আফগানিস্তানৰ লোকসকলৰ নিৰন্তৰ প্ৰচেষ্টাত সকলো ধৰণৰ সহায় অব্যাহত ৰখাৰ ক্ষেত্ৰত প্ৰধানমন্ত্রীয়ে ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ ব্যক্ত কৰে৷ দুয়োগৰাকী নেতাই অঞ্চলটোত সৃষ্টি হোৱা নিৰাপত্তাজনিত পৰিস্থিতিক লৈ মত বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক স্বার্থজড়িত বিষয়সমূহক লৈও আলোচনা কৰে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.