ছিকিমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ পোষ্টত কয়ঃ
“ছিকিমৰ ৰাজ্যপাল শ্ৰী @Laxmanacharya54ই প্ৰধানমন্ত্ৰী শ্ৰী @narendramodiক সাক্ষাৎ কৰে৷”
Governor of Sikkim, Shri @Laxmanacharya54, met Prime Minister @narendramodi today. pic.twitter.com/qBvrxii5wo
— PMO India (@PMOIndia) July 18, 2024


