শ্ৰী এইচ ডি দেৱে গৌড়া ডাঙৰীয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে কয় যে মূল বিষয়সমূহৰ ওপৰত শ্ৰী এইচ ডি দেৱে গৌড়া ডাঙৰীয়াৰ অন্তৰ্দৃষ্টি উল্লেখযোগ্য তথা ভাৰতৰ উন্নয়নৰ প্ৰতি তেওঁৰ আগ্ৰহ সমানেই প্ৰশংসনীয়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে-

"শ্ৰী এইচ ডি দেৱে গৌড়া ডাঙৰীয়াৰ সৈতে এক সুন্দৰ বৈঠক সম্পন্ন হয়। গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত তেওঁৰ অন্তৰ্দৃষ্টি উল্লেখযোগ্য। ভাৰতৰ উন্নয়নৰ প্ৰতি তেওঁৰ আগ্ৰহো সমানেই প্ৰশংসনীয় ।"@H_D_Devegowda

 

“ಶ್ರೀ ಹೆಚ್.ಡಿ. ದೇವೇಗೌಡ ಅವರೊಂದಿಗೆ ಸಂವಾದ ನಡೆಸಲಾಯಿತು. ಪ್ರಮುಖ ವಿಷಯಗಳ ಕುರಿತು ಅವರ ಅರ್ಥಪೂರ್ಣ ವಿಚಾರಗಳು ಗಮನಾರ್ಹವಾಗಿವೆ. ಭಾರತದ ಅಭಿವೃದ್ಧಿಯ ಬಗ್ಗೆ ಅವರಿಗಿರುವ ಉತ್ಸಾಹವು ಅಷ್ಟೇ ಪ್ರಶಂಸನೀಯವಾಗಿದೆ.” @H_D_Devegowda

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi