বিশিষ্ট অধিবক্তা শ্ৰী বেৰ্জিছ দেশাইয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত শ্ৰী দেশাইয়ে তেওঁৰ নিজৰ গ্ৰন্থ এখন প্ৰধানমন্ত্ৰীক উপহাৰ দিয়ে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
“বিশিষ্ট অধিবক্তা শ্ৰী বেৰ্জিছ দেশাই জীক লগ পাই ভাল লাগিল আৰু তেওঁৰ কিতাপখন লাভ কৰি আনন্দিত হৈছো।”
Delighted to meet noted lawyer Shri Berjis Desai Ji and receive a copy of his book. https://t.co/4HbUIlt3wH
— Narendra Modi (@narendramodi) November 18, 2025


