চলিত মাহৰ ‘মন কী বাত’ অহা ২৫ ফেব্ৰুৱাৰী, দেওবাৰে সম্প্ৰচাৰ হ’ব৷ এই অনুষ্ঠানৰ বাবে আপোনালোকে নিজৰ চিন্তা-চৰ্চা আৰু দিহা-পৰামৰ্শ আগবঢ়াব পাৰে৷ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশবাসীৰ সৈতে এয়া ভাগ-বতৰা কৰিব৷
আপোনালোকে নিজৰ ধাৰণা তলত উল্লেখিত ক’মেণ্টছ শাখাত প্ৰকাশ কৰিব পাৰে৷


