প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰ, ২৭ জানুৱাৰী তাৰিখে ‘মন কী বাত’ শ্বেয়াৰ কৰিব৷ যদি আপোনাৰ কোনো ধৰণৰ অভিনৱ পৰামৰ্শ তথা দৃষ্টিভংগী আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰত্যক্ষভাৱে শ্বেয়াৰ কৰাৰ এয়াই এক সুযোগ৷ ইয়াৰে একাংশ পৰামৰ্শ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সময়ত উল্লেখ কৰিব৷
আপোনাৰ ক’বলগীয়াখিনি তলৰ মন্তব্য অংশত শ্বেয়াৰ কৰক