এখন স্বচ্ছ ভাৰতৰ সপোন দেখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশবাসীৰ সমূখত আন এক উদাহৰণ দাঙি ধৰিলে যে পৰিৱেশ পৰিচ্ছন্ন কৰি ৰাখিবৰ বাবে দেশৰ প্ৰতিগৰাকী ব্যক্তিয়েই তেওঁলোকৰ নিজ নিজ প্ৰচেষ্টা আগবঢ়াব লাগিব।

|

প্ৰধানমন্ত্ৰী মোদীয়ে আজি পুৱা আধা ঘণ্টাৰো অধিক সময় মামাল্লাপুৰম তীৰলৈ গৈ তাত পৰি থকা ব্যৱহাৰ হোৱা প্লাষ্টিক আৰু অন্যান্য আৱৰ্জনা সংগ্ৰহ কৰে।

|

 

|

ইয়াৰ পিছতে তেওঁ টুইটযোগে কয়, “আজি পুৱা মামাল্লাপুৰমৰ এক সমূদ্ৰতীৰত আৱৰ্জনা বুটলিলো। ৩০ মিনিটৰো অধিক সময় এই কাম কৰিলো। ইয়াৰ পিছতে এগৰাকী হোটেল কৰ্মী জয়ৰাজক এই জাবৰখিনি গতাই দিলো। আহক, আমাৰ ৰাজহুৱা স্থানবোৰ পৰিস্কাৰ পৰিচ্ছন্ন হৈ থকাটো সুনিশ্চিত কৰো আহক! তাৰ লগতে আমি সুস্থ আৰু সুস্বাস্থ্যৱান হৈ থকাটো সুনিশ্চিত কৰো আহক।”

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
11 Years of Modi Government: Reform, Resilience, Rising India

Media Coverage

11 Years of Modi Government: Reform, Resilience, Rising India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2025
June 19, 2025

Strengthening Roots, Expanding Horizons, India’s New Era Under the Leadership of PM Modi