পৰীক্ষা পে চৰ্চা অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জীৱনত ব্যৰ্থতা অতিক্ৰম কৰি আগুৱাই যোৱাৰ উৎকৃষ্ট উদাহৰণ হ’ল চন্দ্ৰযানৰ অৱতৰণ৷ ‘চন্দ্ৰযান অৱতৰণৰ সময়ত ইছৰোলৈ যোৱা মুহূৰ্তকেইটা আৰু আমাৰ বিজ্ঞানীসকলৰ পৰিশ্ৰমৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰো৷’ 

ইছৰোৰ বিজ্ঞানীসকলৰ প্ৰচেষ্টাক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘চন্দ্ৰযান পৰিকল্পনা অনুসৰি অৱতৰণ কৰাত ব্যৰ্থ হোৱাত আমাৰ বিজ্ঞানীসকলৰ মুখমণ্ডলত মই হতাশাৰ চাপ দেখিছিলো৷ সাময়িক ব্যৰ্থতাই এয়া নুবুজায় যে সফলতাই আমালৈ অপেক্ষা কৰি থকা নাই৷ ইয়ে ইংগিত দিয়ে যে শ্ৰেষ্ঠ সময় এতিয়াও আহিবলৈ বাকী আছে৷’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 মে’ 2026
May 03, 2026

Citizens Celebrate Reforms That Work: PM Modi’s Blueprint Powers Manufacturing, Maritime Might & MSME Revolution