ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এনেদৰে পোষ্ট কৰিছেঃ
"ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।"
CM of Rajasthan, Shri @BhajanlalBjp met Prime Minister @narendramodi.@RajCMO pic.twitter.com/nmGoq8p4kk
— PMO India (@PMOIndia) October 27, 2025


