অধ্যাপক গোবৰ্ধন দাসে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যাপক গোবৰ্ধন দাসৰ ব্যক্তিগত জীৱনৰ যাত্ৰা অতি প্ৰেৰণাদায়ক। তেওঁ সন্মুখীন হোৱা প্ৰতিটো সংগ্ৰামে সমাজক সেৱা কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক শক্তিশালী কৰিছিল যিটো জনস্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ বিজ্ঞানৰ প্ৰতি তেওঁৰ অৱদানত প্ৰতিফলিত হয়।

 

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ


"আজি পুৱা অধ্যাপক গোবৰ্ধন দাসৰ লগত মিলিত হ’লো। তেওঁৰ ব্যক্তিগত জীৱন যাত্ৰা অতি প্ৰেৰণাদায়ক। তেওঁ সন্মুখীন হোৱা প্ৰতিটো সংগ্ৰামে কেৱল সমাজক সেৱা কৰা আৰু ইয়াক দুৰ্দশাৰ পৰা মুক্ত কৰাৰ বাবে তেওঁৰ দায়বদ্ধতাক শক্তিশালী কৰিছিল। জনস্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ বিজ্ঞানৰ ক্ষেত্ৰত তেওঁৰ অৱদানত সেয়া প্ৰতিফলিত হৈছে। তেওঁৰ সমৃদ্ধ কাম আৰু পাণ্ডিত্যই আমাৰ নীতি-নিৰ্ধাৰণৰ গাঁথনিক সমৃদ্ধ কৰিব।"

@dasgobardhan

 

"আজ সকালে প্রফেসর গোবর্ধন দাস জির সঙ্গে সাক্ষাৎ করলাম। তাঁর ব্যক্তি জীবনের গল্প অত্যন্ত অনুপ্রেরণাদায়ক। তাঁর প্রতিটি সংগ্রাম, সমাজকে সেবা এবং সমস্যামুক্ত করার প্রতি তাঁর অঙ্গীকারকে দৃঢ়তর করেছে। জনস্বাস্থ্য এবং ইমিউনোলজির ক্ষেত্রে তাঁর অবদানেও এর প্রতিফলন দেখা যায়। তাঁর সমৃদ্ধ কর্মকান্ড এবং পাণ্ডিত্য আমাদের নীতি-নির্ধারণী কাঠামোর ক্ষেত্রে গুরুত্বপূর্ণ অবদান রাখবে।"

"আজি পুৱা অধ্যাপক গোৱৰ্ধন দাসক সাক্ষাৎ কৰিলো। তেওঁৰ ব্যক্তিগত জীৱনৰ কাহিনী অতি প্রেৰণাদায়ক। তেওঁৰ প্ৰতিটো সংগ্ৰামে সমাজখনৰ সেৱা আৰু সমস্যা-মুক্ত কৰি তোলাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক দৃঢ় কৰি তুলিছে। জনস্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ বিজ্ঞানৰ ক্ষেত্ৰত তেওঁৰ অৱদানতো সেয়া প্ৰতিফলিত হয়। তেওঁৰ সমৃদ্ধ কাম আৰু পাণ্ডিত্যই আমাৰ নীতিৰ গাঁথনিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।"

@dasgobardhan

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India identifies 102 GWp floating solar potential, eyes new push for reservoir-based projects

Media Coverage

India identifies 102 GWp floating solar potential, eyes new push for reservoir-based projects
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Uttar Pradesh meets Prime Minister
June 11, 2026

Chief Minister of Uttar Pradesh, Shri Yogi Adityanath met Prime Minister, Shri Narendra Modi today in New Delhi.

The Prime Minister’s Office posted on X;

“Chief Minister of Uttar Pradesh, Shri @myogiadityanath met Prime Minister @narendramodi.

@CMOfficeUP”