Urges tourists to visit the tea gardens

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে অসমৰ চাহে সমগ্ৰ বিশ্বতে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিছে। তেওঁ চাহ জনগোষ্ঠীয় সম্প্ৰদায়টোক তেওঁলোকৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"অসম ইয়াৰ সুন্দৰ চাহ বাগিচাসমূহৰ বাবে জনাজাত, আৰু অসমৰ চাহে সমগ্ৰ বিশ্বতে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিছে।

মই চাহ বাগিচাৰ অসাধাৰণ সম্প্ৰদায়টোক প্ৰশংসা কৰিব বিচাৰিছোঁ, যিসকলে কঠোৰ পৰিশ্ৰম কৰি আহিছে আৰু সমগ্ৰ বিশ্বতে অসমৰ সন্মান বৃদ্ধি কৰি আহিছে।

মই পৰ্যটকসকলক ৰাজ্যখন ভ্ৰমণৰ সময়ত এই চাহ বাগিচাসমূহ পৰিদৰ্শন কৰিবলৈও আহ্বান জনাইছোঁ।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India car sales to hit 4.7 million in FY26 despite bumps

Media Coverage

India car sales to hit 4.7 million in FY26 despite bumps
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মাৰ্চ 2026
March 16, 2026

Thoughtful Strength: Balancing Security, Growth, and Autonomy Under PM Modi's Leadership