Foundation stone for Four Laning of Falakata - Salsalabari section of National Highways laid by PM
Circuit Bench of Calcutta High Court at Jalpaiguri inaugurated
 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জলপাইগুৰি ভ্ৰমণ কৰে৷ তাতে তেওঁ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফালাকাটা-ছালছালাবাৰীৰ চাৰিলেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নতুন উচ্চ ন্যায়ালৰ ক’ৰ্ট বেঞ্চ মুকলি কৰে৷

ইষ্ট-ৱেষ্ট কৰিডৰৰ ৪১.৭ কিলোমিটাৰ দৈৰ্ঘৰ ফালাকাটা-ছালছালাবাৰী অংশ ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্প (এনএইছডিপি)ৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নিৰ্মাণ কৰা হ’ব আৰু উত্তৰ পূৰ্বাঞ্চলক সংযোজিত কৰা এক গুৰুত্বপূৰ্ণ পথ৷ এই প্ৰকল্পটো ডিজাইন, বিল্ড, ফাইনেন্স, অপাৰেট আৰু ট্ৰেন্সফাৰ (ডিবিএফঅ’টি)ভিত্তিত ২.৫ বৰ্ষত সমাপ্ত হ’ব৷ এই প্ৰকল্পৰ জৰিয়তে ছালছালবাৰী আৰু আলিপুৰদুৱাৰৰ পৰা শিলিগুড়িলৈ প্ৰায় ৫০ কিলোমিটাৰৰ দৈৰ্ঘ্য হ্ৰাস হ’ব৷

কলকাতা উচ্চ ন্যায়ালয়ৰ জলপাইগুৰিস্থিত চাৰ্কিট বেঞ্চে দাৰ্জিলিং, কালিমপং, জলপাইগুৰি, কোঁচবিহাৰ আৰু উত্তৰ বংগৰ লোকসকলক দ্ৰুত ন্যায় প্ৰদানত সহায় কৰিব৷ এই চাৰিখন জিলাৰ বাসিন্দাই এতিয়া পূৰ্বৰ কলিকতা উচ্চ ন্যায়ালয়লৈ ৬০০ কিলোমিটাৰ যোৱাৰ পৰিৱৰ্তে এতিয়া ১০০ কিলোমিটাৰতে এই সুবিধা লাভ কৰিব পাৰিব৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How NPS transformed in 2025: 80% withdrawals, 100% equity, and everything else that made it a future ready retirement planning tool

Media Coverage

How NPS transformed in 2025: 80% withdrawals, 100% equity, and everything else that made it a future ready retirement planning tool
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Gujarat meets Prime Minister
December 19, 2025

The Chief Minister of Gujarat, Shri Bhupendra Patel met Prime Minister, Shri Narendra Modi today in New Delhi.

The Prime Minister’s Office posted on X;

“Chief Minister of Gujarat, Shri @Bhupendrapbjp met Prime Minister @narendramodi.

@CMOGuj”