প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ ভূৱনেশ্বৰত ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত পোষ্ট কৰিছে;

"চাহখোৱৰ সময়ত কথা-বতৰা পাতি ভাল লাগিল! ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ হিতাধিকাৰীসকলৰ সৈতে একেলগে বহি তেওঁলোকৰ জীৱনৰ কথা শুনিলো। বিশেষকৈ এই আঁচনিসমূহৰ পৰা বৃহৎ সংখ্যক মহিলা উপকৃত হোৱা দেখি আনন্দিত হৈছোঁ। তেওঁলোকে এই আঁচনি আৰু এনে ধৰণৰ অন্যান্য আঁচনিসমূহে কেনেদৰে তেওঁলোক জীৱনৰ পৰিৱৰ্তন ঘটাইছে সেই বিষয়ে বহু কথা ক’লে।"

 

“ଚା’ ପିଇବା ସହ ଆନନ୍ଦଦାୟକ ବର୍ତ୍ତାଳାପ ! ପିଏମ ଆବାସ ଯୋଜନାର ହିତାଧିକାରୀଙ୍କ ସହ ବସି ସେମାନଙ୍କ ଜୀବନ ଯାତ୍ରା ବିଷୟରେ ଶୁଣିଲି । ବିଶେଷ କରି ବହୁ ସଂଖ୍ୟକ ମହିଳା ଏହି ଯୋଜନାରେ ଉପକୃତ ହେଉଥିବା ଦେଖି ଖୁସି ଲାଗୁଛି। ଏହି ଯୋଜନା ଏବଂ ଏଭଳି ଅନ୍ୟ ଯୋଜନା କିପରି ଜୀବନରେ ପରିବର୍ତ୍ତନ ଆଣିଛି ସେ ବିଷୟରେ ସେମାନେ କହିଥିଲେ ।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 08 আগষ্ট 2026
August 08, 2026

Infrastructure + Inclusion + Innovation: How PM Modi’s Agenda is Rewiring India’s Growth Engine