প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাৰ্চী নৱবৰ্ষ নৱৰোজ উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে লগতে কয় যে এই উৎসৱে সকলোৰে জীৱনলৈ অপাৰ আনন্দ, সফলতা আৰু সুস্বাস্থ্যৰ কঢ়িয়াই আনক।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

"সকলোকে পাৰ্চী নৱবৰ্ষৰ শুভেচ্ছা জনাইছো! এই নৱৰোজে সকলোৰে জীৱনলৈ অপাৰ আনন্দ, সফলতা আৰু সুস্বাস্থ্যৰ কঢ়িয়াই আনক। আমাৰ সমাজত ভাতৃত্ববোধৰ বান্ধোন কটকটীয়া হৈ থাকক। নৱৰোজ মুবাৰক!"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth