হাৰিয়ানাৰ কাইথালত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰাৰ লগতে নিহত লোকসকললৈ শ্ৰদ্ধা নিবেদন কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰি লিখিছে :

‘হাৰিয়ানাৰ কাইথালত যি পথ দুৰ্ঘটনা সংঘটিত হৈছে সেয়া হৃদয় বিদাৰক। প্ৰাণ হেৰুওৱা সকলৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ভগৱানে তেওঁলোকক এই জটিল সময়ত ধৈৰ্য্য নেহেৰুৱাবলৈ শক্তি দিয়ক। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে থিতাতে সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাত নিয়োজিত হৈ আছে।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Retail sales up 9% in February; apparel, grocery lead as demand stabilises

Media Coverage

Retail sales up 9% in February; apparel, grocery lead as demand stabilises
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Nagaland meets Prime Minister
March 24, 2026