প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী জগন্নাথ পাহাডিয়া জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী জগন্নাথ পাহাডিয়া জীৰ বিয়োগত অতিশয় দুঃখিত হৈছো৷ তেওঁৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক আৰু প্ৰশাসনিক জীৱনত তেওঁ সমাজৰ সবলীকৰণৰ ক্ষেত্ৰত কেতবোৰ উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে৷ তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In Photos: PM Narendra Modi Prays At Kashi Vishwanath, Holds Trishul-Damru

Media Coverage

In Photos: PM Narendra Modi Prays At Kashi Vishwanath, Holds Trishul-Damru
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 এপ্ৰিল 2026
April 30, 2026

Investment Magnet India: PLI Triumphs, FTA Deals & Defence Milestones — How PM Modi’s Vision is Reshaping the Nation