প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বিমান পৰিবহণ খণ্ডত বিপ্লৱৰ সূচনা কৰা উড়ান (উড়ে দেশ কে আম নাগৰিক) আঁচনিৰ ৮ম বাৰ্ষিকী উপলক্ষে বক্তব্য আগবঢ়াইছে।

শ্ৰী মোদীয়ে এই ধ্বজাবাহী পদক্ষেপৰ বিশেষ প্ৰভাৱৰ ওপৰতো আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ

"আজি আমি ভাৰতৰ বিমান পৰিবহণ খণ্ডক ৰূপান্তৰিত কৰা এটি পদক্ষেপ#8YearsOfUDAN-ত উপনীত হৈছোঁ। বিমানবন্দৰৰ সংখ্যা বৃদ্ধিৰপৰা অধিক বিমান পথলৈকে আঁচনিখনে কোটি-কোটি লোকে বিমানেৰেযাতায়াতৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰিছে। একে সময়তে ব্যৱসায় আৰু বাণিজ্যৰবৰ্ধনতথা আঞ্চলিক বিকাশৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ দৃশ্যমান হৈছে। আগন্তুক সময়ত আমি বিমান পৰিবহণ খণ্ডটোক অধিক সুদৃঢ় কৰি তুলিম আৰু জনসাধাৰণৰ বাবে উন্নত যোগাযোগ ব্যৱস্থা আৰু আৰাম প্ৰশস্তকৰণত গুৰুত্ব আৰোপ কৰিম।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FPOs’ sales rise via commodity exchanges in FY26

Media Coverage

FPOs’ sales rise via commodity exchanges in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মে’ 2026
May 11, 2026

Society Above Politics: PM Modi’s Call for a Stronger, Self-Reliant & Sacred Bharat