প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কিংবদন্তী কণ্ঠশিল্পী মহম্মদ ৰফী চাহাবৰ শততম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে মহম্মদ ৰফী চাহাবক সংগীতৰ এনে এক অবিস্মৰণীয় প্ৰতিভা, যাৰ সাংস্কৃতিক প্ৰভাৱে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আচ্ছন্ন কৰি ৰাখিছে।

প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত তেওঁৰ এটা এক্স পোষ্ট উল্লেখ কৰিছে -

"কিংবদন্তী মহম্মদ ৰফি চাহাবক তেওঁৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছো। তেওঁ আছিল সংগীতৰ এনে এক প্ৰতিভা যাৰ সাংস্কৃতিক প্ৰভাৱে প্ৰজন্মৰ পিছত প্ৰজন্মক আচ্ছন্ন কৰি ৰাখিছে। ৰফী চাহাবৰ গীতসমূহ ভিন্নসুৰী আৱেগ বহন কৰি ৰখাৰ অদ্ভূত আবেদনৰ বাবে প্ৰশংসিত। তেওঁৰ বহুমুখী পাৰদৰ্শিতাও আছিল বিস্তৃত। তেওঁৰ সংগীতে মানুহৰ জীৱনত চিৰকাল আনন্দ বিলাই যাওক!"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's new FTA playbook looks beyond trade and tariffs to investment ties

Media Coverage

India's new FTA playbook looks beyond trade and tariffs to investment ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 জানুৱাৰী 2026
January 14, 2026

Viksit Bharat Rising: Economic Boom, Tech Dominance, and Cultural Renaissance in 2025 Under the Leadership of PM Modi