Share
 
Comments

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই আজি আবেলি প্ৰধানমন্ত্ৰীৰ কাৰ্যলয়ত কেবিনেট সচিব, ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্যসকলৰ উপস্থিতিৰে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰিব।

যোশীমঠৰ জিলা বিষয়াসকলেও এই সভাত ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰিব।

উত্তৰাখণ্ডৰ জ্যেষ্ঠ বিষয়াবৰ্গইয়ো ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰ জৰিয়তে সভাখনত ভাগ ল’ব।

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Rs 1,780 Cr & Counting: How PM Modi’s Constituency Varanasi is Scaling New Heights of Development

Media Coverage

Rs 1,780 Cr & Counting: How PM Modi’s Constituency Varanasi is Scaling New Heights of Development
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM congratulates boxer, Lovlina Borgohain for winning gold medal at Boxing World Championships
March 26, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi has congratulated boxer, Lovlina Borgohain for winning gold medal at Boxing World Championships.

In a tweet Prime Minister said;

“Congratulations @LovlinaBorgohai for her stupendous feat at the Boxing World Championships. She showed great skill. India is delighted by her winning the Gold medal.”