দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশত তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ ব্যক্ত কৰে

আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী নিকল পাছিন্যানে আজি ফোনযোগে শেহতীয়াকৈ সামৰণি পৰা সাধাৰণ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী পাছিন্যানক ধন্যবাদ জ্ঞাপন কৰে আৰু সকলো ক্ষেত্ৰতে দুয়োখন দেশৰ মাজত বাঢ়ি অহা সহযোগিতাৰ কথা উল্লেখ কৰে।

দুয়োগৰাকী নেতাই ভাৰত-আৰ্মেনিয়া দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।

তেওঁলোকে যোগাযোগত থাকিবলৈও সন্মতি প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Central schemes bring in electricity, infra and jobs at Kondagaon in Bastar

Media Coverage

Central schemes bring in electricity, infra and jobs at Kondagaon in Bastar
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 মাৰ্চ 2026
March 03, 2026

Citizens Express Their Appreciation on Heartfelt Leadership, Historic Gains: PM Modi’s India Shines in Conservation, Commerce, and Clean Energy