প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লুৱাং প্ৰাবাঙৰ প্ৰতিষ্ঠিত ৰয়েল থিয়েটাৰে উপস্থাপন কৰা লাও ৰামায়ণ যাক ফলক ফলম বা ফ্ৰা লক ফ্ৰা ৰাম নামৰ এখন ধাৰাবাহিক (এপিছ’ড) চায়। আজিও লাওছত ৰামায়ণৰ প্ৰতি মানুহৰ মাজত যথেষ্ট উৎসাহ আছে। এই মহাকাব্যখনে দুয়োখন দেশৰ মাজত থকা উমৈহতীয়া ঐতিহ্য আৰু যুগ যুগ ধৰি চলি অহা সভ্যতাৰ বন্ধনক প্ৰতিফলিত কৰে। ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ বহু দিশ লাওছত যুগ যুগ ধৰি অভিযোজিত আৰু সংৰক্ষিত হৈ আহিছে। দুয়োখন দেশে নিজৰ উমৈহতীয়া ঐতিহ্যক সৌন্দৰ্য্যবৰ্ধন কৰিবলৈ একেলগে কাম কৰি আছে। ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ সংস্থাই লাওছৰ ৱাট ফু মন্দিৰ আৰু আনুষংগিক কীৰ্তিচিহ্নসমূহ পুনৰুদ্ধাৰৰ কামত জড়িত। এই উপলক্ষে গৃহ পৰিক্ৰমা মন্ত্ৰী, শিক্ষা আৰু ক্ৰীড়া মন্ত্ৰী, বেংক অৱ লাও পিডিআৰৰ সন্মানীয় গৱৰ্ণৰ আৰু ভিয়েন্টিয়ানৰ মেয়ৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

ৰামায়ণ চোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে লাও পিডিআৰৰ চেণ্ট্ৰেল বৌদ্ধ ফেল’শ্বিপ অৰ্গেনাইজেশ্যনৰ জ্যেষ্ঠ বৌদ্ধ সন্ন্যাসীসকলৰ আশীৰ্বাদ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভিয়েন্টিয়ানৰ ছি ছাকেট মন্দিৰৰ শ্ৰদ্ধেয় মঠাধীশ পৰম পূজ্য মহাভেথ মচেনাইয়ে এই অনুষ্ঠানৰ নেতৃত্ব দিয়ে। ভাৰত আৰু লাওছৰ মাজত উমৈহতীয়া বৌদ্ধ ঐতিহ্যই ঘনিষ্ঠ সভ্যতাৰ সম্পৰ্কৰ আন এটা দিশক প্ৰতিনিধিত্ব কৰে

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features

Media Coverage

In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ছেপ্টেম্বৰ 2026
September 03, 2026

A- Rating to Third-Largest Wind Producer: How Modi’s Policies Are Rewriting India’s Global Rank