প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱাশ্বিংটন ডি চিত এপ্লাইড মেটেৰিয়েলৰ অধ্যক্ষ তথা চিইঅ’ গেৰী ই. ডিকাৰচনক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীয়ে এপ্লাইড মেটেৰিয়েলছক ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰৰ শক্তিশালী কৰাৰ অৱদান আগবঢ়াবলৈ আমন্ত্ৰণ জনায়৷ প্ৰধানমন্ত্ৰীয়ে লগতে এপ্লাইড মেটেৰিয়েলছক ভাৰতত প্ৰক্ৰিয়াগত প্ৰযুক্তি  আৰু উন্নত পেকেজিং সক্ষমতাৰ বিকাশ সাধন কৰিবলৈ আমন্ত্ৰণ জনায়৷

প্ৰধানমন্ত্ৰী আৰু ডিকাৰছনে দক্ষ কৰ্মশক্তি সৃষ্টিৰ বাবে ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে এপ্লাইড মেটেৰিয়েলছৰ সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Bows To ‘Jana Shakti’ As BJP Forms First-Ever Government In West Bengal

Media Coverage

PM Modi Bows To ‘Jana Shakti’ As BJP Forms First-Ever Government In West Bengal
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 9 মে’ 2026
May 09, 2026

Citizens Celebrate India’s Civilisational & Economic Awakening Under PM Narendra Modi