প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স ছামিটৰ সন্দৰ্ভত এক লিংকডইন পোষ্ট কৰে৷

এই পোষ্টটো চাবলৈ 

https://www.linkedin.com/pulse/celebrating-ai-indian-talent-narendra-modi-erl5f

ক্লিক কৰক৷

প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ পোষ্টত কয়ঃ

"আমি এক গুৰুত্বপূৰ্ণ সময়ত বাস কৰিছো আৰু ইয়াক অধিক পৰিমাণে আকৰ্ষণীয় কৰি তোলাটোৱেই হৈছে কৃত্ৰিম বুদ্ধিমত্তা, যাৰ ইতিবাচক প্ৰভাৱ 
প্ৰযুক্তি 🖥,
উদ্ভাৱন 🧪,
স্বাস্থ্য 🩺,
শিক্ষা 📖,
কৃষি 🌾
অন্যান্য ক্ষেত্ৰত পৰিছে৷

https://www.linkedin.com/pulse/celebrating-ai-indian-talent-narendra-modi-erl5f

 ১২ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স ছামিটৰ সন্দৰ্ভত এটা @LinkedIn পোষ্ট এটা লিখিলো৷ আপোনালোকেও অংশগ্ৰহণ কৰক!"

 

 

 

Wrote a @LinkedIn Post on the very exciting GPAI Summit that begins on the 12th. Do take part!"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2026
May 01, 2026

From Stolen Treasures to Smart Trains: PM Modi’s Blueprint for a Proud, Connected, Self-Reliant India