প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে বন্যপ্ৰাণী সংৰক্ষণকাৰী আৰু এই ক্ষেত্ৰখনৰ সৈতে জড়িত সকলো লোকক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"বিশ্ব বন্যপ্ৰাণী দিৱসত বন্যপ্ৰাণী প্ৰেমী আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত কাম কৰা সকলো লোকক শুভেচ্ছা জনাইছো। জন্তুৰ বাসস্থান সুৰক্ষিত কৰাটো আমাৰ বাবে এক মুখ্য অগ্ৰাধিকাৰ আৰু আমি ইয়াৰ সুফল দেখিবলৈ পাইছো। যোৱা বছৰটো সদায়ে স্মৰণীয় হৈ থাকিব যেতিয়া আমি আমাৰ দেশলৈ চিতাক স্বাগতম জনাইছিলো!"

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Semicon India 2024: Top semiconductor CEOs laud India and PM Modi's leadership

Media Coverage

Semicon India 2024: Top semiconductor CEOs laud India and PM Modi's leadership
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ছেপ্টেম্বৰ 2024
September 12, 2024

Appreciation for the Modi Government’s Multi-Sectoral Reforms