প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱস উপলক্ষে সকলো চাৰ্টাৰ্ড একাউণ্টেণ্টক শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে চিএৰ দক্ষতা আৰু কৌশলগত অন্তৰ্দৃষ্টি ব্যৱসায় তথা ব্যক্তিৰ বাবে লাভজনক হোৱাৰ লগতে ই অৰ্থনৈতিক বিকাশ আৰু স্থিৰতাত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়।

শ্ৰী মোদীয়ে এক্সত এইদৰে পোষ্ট কৰে :

"চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱসৰ শুভেচ্ছা! চিএসকলে আমাৰ অৰ্থনৈতিক দৃশ্যপট গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকৰ দক্ষতা আৰু কৌশলগত অন্তৰ্দৃষ্টি ব্যৱসায় আৰু ব্যক্তিৰ বাবে লাভজনক। তেওঁলোকে অৰ্থনৈতিক বিকাশ তথা স্থিৰতাত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। এইসমূহ আমাৰ বিত্তীয় কল্যাণৰ বাবে সমান্তৰালকৈ অপিৰহাৰ্য। #CADay"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s march towards self-reliance in med-tech

Media Coverage

India’s march towards self-reliance in med-tech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Chamba, Himachal Pradesh
August 08, 2026

The Prime Minister, Shri Narendra Modi, condoled loss of lives due to a mishap in Chamba, Himachal Pradesh. "My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest", Shri Modi stated.

The Prime Minister posted on X:

The loss of lives due to a mishap in Chamba, Himachal Pradesh, is deeply saddening. My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest: PM @narendramodi