প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসম চৰকাৰৰ নতুন প্ৰচেষ্টাৰ আদৰণি জনাইছে।

১৯ জুনৰ পৰা ২৫ জুনলৈ অসম চৰকাৰে শিক্ষাৰ্থী সমূদায়ৰ নামত ৩৮খন মাধ্যমিক বিদ্যালয় উচৰ্গা কৰিব। ৩৮খন বিদ্যালয়ৰ ভিতৰত ১৯খন বিদ্যালয় চাহ বাগিচা এলেকাত স্থাপন কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়ঃ

“প্ৰশংসনীয় পদক্ষেপ। শিক্ষা হৈছে এখন সমৃদ্ধিশালী দেশৰ আধাৰ আৰু এই নতুন মাধ্যমিক বিদ্যালয়সমূহে যুৱক-যুৱতীসকলৰ বাবে এক সুদৃঢ় ভেটি গঢ়ি তুলিব। বিশেষকৈ চাহ বাগিচা অঞ্চলৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা শুনি আনন্দিত হৈছো।” 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jan Dhan accounts hold Rs 2.75 lakh crore in banks: Official

Media Coverage

Jan Dhan accounts hold Rs 2.75 lakh crore in banks: Official
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ডিচেম্বৰ 2025
December 07, 2025

National Resolve in Action: PM Modi's Policies Driving Economic Dynamism and Inclusivity