প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চৰকাৰী  ভ্ৰমণসূচীৰে ভাৰতলৈ  অহা  ফিনলেণ্ড গণৰাজ্যৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবক আদৰণি জনায়। শ্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে  ফিনলেণ্ড গণৰাজ্যৰ ৰাষ্ট্ৰপতিগৰাকীৰ  এই ভ্ৰমণে ভাৰত আৰু ফিনলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ষ্টাবে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰিছিল যে তেওঁ ভাৰতলৈ চৰকাৰী ভ্ৰমণসূচীলৈ যাত্ৰা কৰিছে আৰু ভাৰতৰ ৰাষ্ট্ৰপতি তথা  প্ৰধানমন্ত্ৰীৰ লগতে দেশৰ অন্যান্য  শীৰ্ষ সদস্যসকলকো সাক্ষাৎ কৰিব। তেওঁ উল্লেখ কৰে যে তেওঁৰ এই ভ্ৰমণে বাণিজ্যৰ ক্ষেত্ৰকে ধৰি ফিনলেণ্ড তথা  ভাৰতৰ মাজত থকা সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।

ফিনলেণ্ডৰ ৰাষ্ট্ৰপতিয়ে এক্সত দিয়া পোষ্টৰ   প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;

‘ভাৰতলৈ আপোনাক স্বাগতম, ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাব।আপোনাৰ কথাত মই সম্পূৰ্ণ একমত, আপোনাৰ ভ্ৰমণে ভাৰত-ফিনলেণ্ডৰ সম্পৰ্কক নতুন উচ্চতালৈ লৈ যাব।কাইলৈ ​​আমাৰ বৈঠক অনুষ্ঠিত হ'ব আৰু ৰাইচিনা ডাইলগ ২০২৬ত আপোনাৰ মূল ভাষণৰ বাবে মই আগ্ৰহেৰে বাট চাই আছো।


@alexstubb”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi