আয়ৰনমেন ট্ৰায়থ্লন সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে দলৰ যুৱ সহকৰ্মী আন্নামালাই আৰু তেজস্বী সূৰ্যক প্ৰশংসা কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত অনুষ্ঠিত হোৱা আয়ৰনম্যান 70.3 ৰ দৰে অনুষ্ঠানত যুৱক-যুৱতীসকলৰ বৰ্দ্ধিত অংশগ্ৰহণক আদৰণি জনাইছে। শ্ৰী মোদীয়ে কয় যে এনে অনুষ্ঠানসমূহে ফিট ইণ্ডিয়া আন্দোলনৰ দিশত অৰিহণা যোগায়। ‘অংশগ্ৰহণ কৰা সকলোকে শুভেচ্ছা জনাইছো। আমাৰ দলৰ দুজন যুৱ সহকৰ্মী আন্নামালাই আৰু তেজস্বী সূৰ্য আয়ৰনমেন ট্ৰায়থ্লন সফলতাৰে সম্পূৰ্ণ কৰা সকলৰ ভিতৰত থকাত আনন্দিত হৈছো ‘, শ্ৰী মোদীয়ে কয়।


প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

‘আজি গোৱাত অনুষ্ঠিত হোৱা আয়ৰনম্যান 70.3-ৰ দৰে অনুষ্ঠানত আমাৰ যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ বৃদ্ধি হোৱাটো দেখি আনন্দিত হৈছো। এনে অনুষ্ঠানসমূহে #FitIndia আন্দোলনৰ দিশত অৰিহণা যোগায়। অংশগ্ৰহণ কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ দলৰ দুজন যুৱ সহকৰ্মী আন্নামালাই আৰু তেজস্বী সূৰ্য আয়ৰনমেন ট্ৰায়াথ্লন সফলতাৰে সম্পূৰ্ণ কৰা সকলৰ ভিতৰত থকা বাবে আনন্দিত হৈছো।‘

@annamalai_k

@Tejasvi_Surya

 

"ಗೋವಾದಲ್ಲಿ ಇಂದು ನಡೆದ ಐರನ್ ಮ್ಯಾನ್ 70.3 ನಂತಹ ಕಾರ್ಯಕ್ರಮಗಳಲ್ಲಿ ನಮ್ಮ ಯುವಜನರು ಹೆಚ್ಚಿನ ಸಂಖ್ಯೆಯಲ್ಲಿ ಭಾಗವಹಿಸಿದ್ದನ್ನು ನೋಡಿ ಸಂತೋಷವಾಯಿತು. ಇಂತಹ ಕಾರ್ಯಕ್ರಮಗಳು #FitIndia ಆಂದೋಲನಕ್ಕೆ ಕೊಡುಗೆ ನೀಡುತ್ತವೆ. ಭಾಗವಹಿಸಿದ ಎಲ್ಲರಿಗೂ ಅಭಿನಂದನೆಗಳು. ಐರನ್ ಮ್ಯಾನ್ ಟ್ರಯಥ್ಲಾನ್ ಅನ್ನು ಯಶಸ್ವಿಯಾಗಿ ಪೂರ್ಣಗೊಳಿಸಿದವರಲ್ಲಿ ನಮ್ಮ ಪಕ್ಷದ ಇಬ್ಬರು ಯುವ ಸಹೋದ್ಯೋಗಿಗಳಾದ ಅಣ್ಣಾಮಲೈ ಮತ್ತು ತೇಜಸ್ವಿ ಸೂರ್ಯ ಸೇರಿದ್ದಾರೆ ಎಂದು ತಿಳಿದು ಸಂತೋಷವಾಯಿತು.

@annamalai_k

@Tejasvi_Surya"

"கோவாவில் இன்று நடைபெற்ற அயர்ன்மேன் 70.3 போன்ற நிகழ்வுகளில் நமது இளைஞர்களின் பங்களிப்பு அதிகரித்து வருவதைக் கண்டு மகிழ்ச்சி அடைகிறேன். இதுபோன்ற நிகழ்வுகள் #FitIndia இயக்கத்திற்கு பெரும் பங்களிக்கின்றன. கலந்து கொண்ட அனைவருக்கும் வாழ்த்துகள். நமது கட்சியின் இளம் சகாக்களான அண்ணாமலையும் தேஜஸ்வி சூர்யாவும் அயர்ன்மேன் டிரையத்லானை வெற்றிகரமாக நிறைவு செய்தவர்களில் இடம்பெற்றிருந்தது மகிழ்ச்சி அளிக்கிறது.

@annamalai_k

@Tejasvi_Surya"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth