প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিয়েভস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় ইতিহাস সংগ্ৰহালয়ত শিশু শ্বহীদসকলৰ স্মৃতিত আয়োজিত মাল্টিমিডিয়া প্ৰদৰ্শনী দৰ্শন কৰে। ইয়াত তেখেতক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ জেলেনস্কিয়ে সংগ প্ৰদান কৰে।

 

সংঘাতত প্ৰাণ হেৰুওৱা শিশুসকলৰ স্মৃতিত আয়োজিত মৰ্মস্পৰ্শী এই প্ৰদৰ্শনীয়ে প্ৰধানমন্ত্ৰীক গভীৰভাৱে স্পৰ্শ কৰে। তেখেতে শিশুসকলৰ কৰুণ মৃত্যুত শোক প্ৰকাশেৰে তেওঁলোকৰ স্মৃতিত এটা খেলনা সেই ঠাইত থৈ আহে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 আগষ্ট 2026
August 31, 2026

New India, One Time, One Direction: Growth at Home, Stature Abroad Under PM Modi