প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ছাৰ গংগা ৰাম হাস্পতালত উপস্থিত হৈ শিবু চোৰেনক শ্ৰদ্ধাঞ্জলি জনায়।

এক্স-ৰ প’ষ্টত তেখেতে এইদৰে লিখিছেঃ

“ছাৰ গংগা ৰাম হাস্পতাললৈ গৈ শিবু চোৰেন ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাওঁ। লগতে তেওঁৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰোঁ। মই হেমন্ত ডাঙৰীয়া, কল্পনা ডাঙৰীয়াণী আৰু শিবু চোৰেন ডাঙৰীয়াৰ সমৰ্থকসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

@HemantSorenJMM @JMMKalpanaSoren”

“ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু চোৰেন ডাঙৰীয়ালৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। দুখৰ এই মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জনাওঁ। তেওঁ ওৰেটো জীৱন জনজাতীয় সমাজৰ কল্যাণ সাধনৰ বাবে সমৰ্পিত কৰিছিল, ইয়াৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব।

@HemantSorenJMM  @JMMKalpanaSoren”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi makes India stand tall

Media Coverage

PM Modi makes India stand tall
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 ফেব্ৰুৱাৰী 2026
February 01, 2026

Budget 2026-27: Building a Self-Reliant, Innovative India Under PM Modi’s Leadership