প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ নাগৰিকসকলক চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ৩১ অক্টোবৰৰ একতাৰ দৌৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে এই অনুষ্ঠানটোৰ আয়োজন কৰা হয় আৰু ভাৰতৰ বাবে চৰ্দাৰ পেটেলে কল্পনা কৰা একতা আৰু সম্প্ৰীতিৰ দৃষ্টিভঙ্গীক প্ৰতিফলিত কৰে।
এক্সত একতা দিৱস ভাৰতৰ এটা পোষ্টৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শ্ৰী মোদীয়ে লিখিছেঃ
"৩১ অক্টোবৰত একতাৰ দৌৰত যোগদান কৰক আৰু একতাৰ দৃষ্টিভঙ্গীক উদযাপন কৰক! আহক চৰ্দাৰ পেটেলৰ ঐক্যবদ্ধ ভাৰতৰ দৃষ্টিভংগীক সন্মান জনাওঁ।"
Join the Run for Unity on 31st October and celebrate the spirit of togetherness! Let’s honour Sardar Patel’s vision of a united India. https://t.co/KalRcynMIi
— Narendra Modi (@narendramodi) October 27, 2025


